বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
→‎জলবায়ু: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
117 নং শাৰী:
 
==জলবায়ু==
বছৰতোৰবছৰটোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়। গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে' মাহলৈ, পিচতপিছত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্তোবৰৰঅক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।
 
==নৈ-উপনৈ==
[[ব্ৰহ্মপুত্ৰ নদী]] পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।