কাৰ্বন ডাই অক্সাইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

added content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
added content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
কাৰ্বন-ডাই-অক্সাইড হৈছে আমাৰ বায়ুমণ্ডলৰ প্ৰায় 0.035 শতাংশ আগুৰি থকা( সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ।
গঠন:-
এটা কাৰ্বন ( C ) পৰমাণু আৰু দুটা অক্সিজেন ( O2 ) পৰমাণু লগ হৈ এই গেছ ( CO2 ) গঠন হয়।
উৎস:-
এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱইক সম্পৰ্ক চলি থাকে। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড ( প্ৰাণীৰ দ্বাৰা নিৰ্গত ) গ্ৰহণ কৰে আৰু বৰ্জিত দ্ৰব্য হিছাপে অক্সিজেন এৰি দিয়ে ( ৰাতিৰ ভাগত ) ।
তদুপৰি কাৰ্বনযুক্ত পদাৰ্থ দহন কৰিলে এই গেছ উৎপন্ন হয় । অগ্নেয়গিৰি উদ্গীৰণ, সামুদ্ৰিক শেলাই, কিছুমান ভেঁকুৰ আৰু সহজিৱই প্ৰাণীৰ পৰাও এই গেছ নিৰ্গত হয়।
প্ৰয়োজনিয়তা:-
1. এই গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে ।
2. অক্সিজেনৰ সৈতে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণ নিয়ণ্ত্ৰণ কৰে।
3. উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।