আৰ্নেষ্ট হেমিংৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox writer <!-- for more information see [[:Template:Infobox Writer/doc]] --> <!-- Please do not modify the infobox!!! -->
|name = আৰ্ণেষ্ট হেমিঙৱে
|image = ErnestHemingway.jpg
|caption = ১৯৩৯ চনত আৰ্ণেষ্ট হেমিঙৱে
|birth_date = {{Birth date|1899|7|21}}
|birth_place = অ’ক পাৰ্ক, [[ইলিনই]], [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
|death_date = {{Death date and age|1961|7|2|1899|7|21}}
|death_place = কেটচাম, [[আইডাহ’]], আমেৰিকা যুক্তৰাষ্ট্ৰ
|awards = {{nowrap|[[পুলিৎজাৰ বঁটা]] (১৯৫৩) <br /> [[ন'বেল বঁটা বিজয়ী (সাহিত্য)|সাহিত্যৰ]] [[ন'বেল বঁটা]] (১৯৫৪)}}
}}
বিংশ'''আৰ্ণেষ্ট শতিকাতহেমিঙৱে''' যিসকলএগৰাকী সাহিত্যিকেআমেৰিকান বিশ্বজুৰিসাংবাদিক, নিজৰঔপন্যাসিক, প্ৰতিভাৰেচুটি জগতবাসীকগল্প আপ্লুতলেখক কৰিবআৰু পাৰিছিলখেলুৱৈ। সেইসকলৰ[[আমেৰিকা ভিতৰত আৰ্ণেষ্ট হেমিঙৱে অন্যতম। আমেৰিকাৰযুক্তৰাষ্ট্ৰ]]ৰ ইলিনই প্ৰদেশৰ ৱাৰ্কতঅ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিঙৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।<ref name="Reynolds pp 17-18">Reynolds (2000), 17–18</ref> শৈশৱ কালছোৱাত হেমিঙৱে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।
 
১৯২৩ চনত হেমিঙৱেৰ প্ৰথম গ্ৰন্থ ‘The''Three storiesStories and termsTen poem’Poems'' নামৰ এক চুটি গল্প সংকলন প্ৰকাশিত হয়।পায়।<ref>Oliver, Charles. (1999). ''Ernest Hemingway A to Z: The Essential Reference to the Life and Work''. New York: Checkmark Publishing. ISBN 978-0-8160-3467-3. p. 324</ref> প্ৰথম অৱস্থাত হেমিঙৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ‘The''[[দ্য Oldঅ'ল্ড manমেন andএণ্ড theদ্য Sea’ছী]]'' ৰচনা কৰি উলিয়াই।<ref name="Time">{{cite journal |author=The Editors |title=From Ernest Hemingway to the Editors of Life |date=25 August 1952 |journal=Life |publisher=Time Inc |volume=33 |issue=8 |page=124 |issn=0024-3019 |url=https://books.google.com/books?id=g1YEAAAAMBAJ&pg=PA124 |quote=Hemingway's work is a 27,000-word novel called ''The Old Man and the Sea''.}}</ref> এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তাৰজনপ্ৰিয়তা কথা নকৈ কোৱাৰ প্ৰয়োজনলাভ নাই।কৰে। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোঁবেল[[ন'বেল বটা।বঁটা]]।
বিংশ শতিকাত যিসকল সাহিত্যিকে বিশ্বজুৰি নিজৰ প্ৰতিভাৰে জগতবাসীক আপ্লুত কৰিব পাৰিছিল সেইসকলৰ ভিতৰত আৰ্ণেষ্ট হেমিঙৱে অন্যতম। আমেৰিকাৰ ইলিনই প্ৰদেশৰ ৱাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিঙৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। শৈশৱ কালছোৱাত হেমিঙৱে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।
 
সমালোচকসকলৰ মতে ‘The''[[দ্য Oldঅ'ল্ড manমেন andএণ্ড theদ্য Sea’ছী]]'' উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিঙৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিঙৱে তেখেতৰ বৰ্ণাধ্য সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০ খন উপন্যাস, ১৯ খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নোঁৱেলন'বেল বটাবঁটা পোৱাৰ পিছৰ সাত বছৰ হেমিঙৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী কৰিমাৰি দিয়ে।আত্মহত্যা লগেকৰে।<ref>Reynolds লগে বিশ্ব সাহিত্যৰ মহান সাহিত্যক গৰাকীৰ জীৱন নাটৰ অৱসান(2000), ঘটে।16</ref>
১৯২৩ চনত হেমিঙৱেৰ প্ৰথম গ্ৰন্থ ‘The stories and terms poem’ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত হেমিঙৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ‘The Old man and the Sea’ ৰচনা কৰি উলিয়াই। এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোঁবেল বটা।
 
==সাহিত্যপঞ্জী==
সমালোচকসকলৰ মতে ‘The Old man and the Sea’ উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিঙৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিঙৱে তেখেতৰ বৰ্ণাধ্য সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০ খন উপন্যাস, ১৯ খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নোঁৱেল বটা পোৱাৰ পিছৰ সাত বছৰ হেমিঙৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী কৰি দিয়ে। লগে লগে বিশ্ব সাহিত্যৰ মহান সাহিত্যক গৰাকীৰ জীৱন নাটৰ অৱসান ঘটে।
;উপন্যাস
* (১৯২৬) ''The Torrents of Spring''
* (১৬২৬) ''The Sun Also Rises''
* (১৬২৯) ''A Farewell to Arms''
* (১৯৩৭) ''To Have and Have Not''
* (১৯৪০) ''For Whom the Bell Tolls''
* (১৯৫০) ''Across the River and into the Trees''
* (১৯৫২) ''[[দ্য অ'ল্ড মেন এণ্ড দ্য ছী]]''
* (১৯৭০) ''Islands in the Stream''<sup>{{dagger}}</sup>
* (১৯৮৬) ''The Garden of Eden''<sup>{{dagger}}</sup>
* (১৯৯৯) ''True at First Light''<sup>{{dagger}}</sup>
<sup>{{dagger}}</sup>এই চিহ্নই মৰণোত্তৰভাৱে প্ৰকাশ পোৱা সূচাইছে
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* {{Commons category inline|Ernest Hemingway|আৰ্ণেষ্ট হেমিঙৱে}}
* {{Wikiquote inline|Ernest Hemingway|আৰ্ণেষ্ট হেমিঙৱে}}
 
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:আমেৰিকান লেখক]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]