তেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''তেজ''' বা ''ৰক্ত'' ({{lang-en|Blood}}), [[ৰক্তসংবহন তন্ত্ৰ]]ৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই [[ৰক্তবাহিকা]]ইদি খাদ্য, [[শ্বসন গেছ]], [[ৰেচন দ্ৰব্য]], হ'ৰম'ন, [[এনজাইম]], আদি দ্ৰব্যবোৰ বিভিন্ন [[কলা]]সমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা [[কাৰ্বন ডাই অস্কাইডঅক্সাইড]] গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্হানলৈ কঢ়িয়াই নিয়ে। তেজ এবিধ তৰল সংযোজক কলা। ই '''প্লাজমা''' আৰু '''ৰক্তকণিকাৰে''' গঠিত। তেজত প্লাজমাৰ পৰিমাণ ৫৫ শতাংশ আৰু ৰক্তকণিকাৰ পৰিমাণ ৪৫ শতাংশ। <ref>http://www.ivy-rose.co.uk/HumanBody/Blood/Blood_StructureandFunctions.php</ref> তেজৰ ৰক্তকণিকাসমূহ প্লাজমাত ওপঙি থাকে আৰু তেজৰ সোঁতত ইহঁত প্ৰবাহমান হৈ থাকে এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ ৮% তেজ থাকে ৷ <ref>Alberts, Bruce (2005). "Leukocyte functions and percentage breakdown". Molecular Biology of the Cell. NCBI Bookshelf. Retrieved 2007-04-14.</ref>
 
==প্লাজমা==
"https://as.wikipedia.org/wiki/তেজ"ৰ পৰা অনা হৈছে