ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
ব্যৱসায় আৰু মানব সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত '''ব্যৱস্থাপনা'''(Management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনিত হোৱা । ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পিৰকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰু সংগঠন(organization)(কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱ এক বা তাতোধিক মানুহ বা বস্তু(entities)ৰ সমষ্টি) নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যৱস্থাপনা হ'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰি(technological) সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু প্ৰেয়াগ ।