আশাপূৰ্ণা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
33 নং শাৰী:
| portaldisp =
}}
'''আশাপূৰ্ণা দেৱী''' (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি । তেওঁ নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হৈছিলহোৱা দেৱীয়ে ১৯৭৬ চনত তেওঁ [[জ্ঞানপীঠ বঁটা]] আৰু ভাৰত চৰকাৰৰ পৰা [[পদ্মশ্ৰী]] সন্মান লাভ কৰিছিল । উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক । জবলপুৰ, ৰবীন্দ্ৰ ভাৰতী, বুৰদ্বান আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডি. লিট. উপাধি প্ৰদান কৰা হৈছিল । ১৯৮৯ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে দেৱীক "দেশীকোত্তমা" সন্মান প্ৰদান কৰিছিল । উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ১৯৯৪ চনত সাহিত্য অকাডেমীয়ে দেৱীক ইয়াৰ সৰ্বোচ্চ সন্মান সাহিত্য একাডেমী ফেল'শ্বিপ প্ৰদান কৰিছিল ।
 
==জীৱনী==