আশাপূৰ্ণা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
51 নং শাৰী:
 
এককধৰণৰ সাহিত্য সৃষ্টিৰে আশাপূৰ্ণা দেৱী মৃত্যুৰ সময়ত খ্যাতিৰ শিখৰ পাইছিল । সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে তেওঁ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হৈছিল ।
==বঁটা-বাহন==
*কলিকতা বিশ্ববিদ্যালয়ে প্ৰদান কৰা "দ্য লীলা প্ৰাইজ" (১৯৫৪)
*দ্য ভূটান মোহিনী দাসী গ'ল্ড মেডেল (1966)
*পশ্চিমবংগ চৰকাৰৰ পৰা ''ৰেইনড্ৰপ মেম'ৰিয়েল প্ৰাইজ'' (১৯৬৬)
*''প্ৰথম প্ৰতিশ্ৰতি'' গ্ৰন্থখনৰ বাবে ১৯৭৬ চনৰ [[জ্ঞানপীঠ বঁটা]]&thinsp;<ref>{{cite web|url=http://jnanpith.net/laureates/index.html |title=Jnanpith Laureates Official listings |publisher=[[Jnanpith]] Website |deadurl=yes |archiveurl=https://web.archive.org/web/20071013122739/http://jnanpith.net/laureates/index.html |archivedate=13 October 2007 |df=dmy }}</ref>
*"বংগীয় সাহিত্য পৰিষদ"ৰ পৰা "হৰনাথ ঘোষ মেডেল" (১৯৮৮)
*কলিকতা বিশ্ববিদ্যালয়ৰ পৰা "জগত্তাৰিণী স্বৰ্ণপদক" (১৯৯৩)
 
==দূৰদৰ্শনত সম্প্ৰচাৰণ==
আশাপূৰ্ণা দেৱী ৰচিত উপন্যাস "বালুছৰি" খন দিপ্ত টিভিত প্ৰচাৰিত "অপৰাজিতা" নামৰ ধাৰাবাহিকৰ এখনৰ ৰূপ দিয়া হৈছিল । "সুৱৰ্ণলতা" নামৰ আন এখন ধাৰাবাহিক জি বাংলাত প্ৰদৰ্শন হৈছিল । কালাৰ্ছ বাংলা চেনেলত "প্ৰথম প্ৰতিশ্ৰুতি"খনো এখন ধাৰাবাহিকৰূপে প্ৰচাৰ হৈছিল ।