সংবহন কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

image added
1 নং শাৰী:
{{পোখালি}}
{{About|উদ্ভিদৰ পুষ্টিৰ পৰিবহন|প্ৰাণীৰ পুষ্টিৰ পৰিবহন|সংবহন তন্ত্ৰ}}
[[File:Xylem and phloem diagram as.svg|thumb|250px|সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে [[জাইলেম]] আৰু [[ফ্ল'ৱেম]]]]
'''সংবহন কলা''' হৈছে উচ্চখাপৰ [[উদ্ভিদ]]ত পোৱা কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত এক জটিল [[কলা]]। সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে [[জাইলেম]] আৰু [[ফ্ল'ৱেম]]। এই কলাসমূহে উদ্ভিদৰ অন্তৰ্ভাগত [[পানী]], [[লৱন]] আৰু [[পুষ্টি]]ৰ পৰিবহন কৰে। ইয়াৰ উপৰিও [[ভাছকুলাৰ কেমবিয়াম]] আৰু [[কৰ্ক কেমবিয়াম]] নামৰ দুবিধ [[ভাজক কলা]] সংবহন কলাৰ সৈতে সংলগ্ন হৈ থাকে। কোনো এজোপা নিৰ্দিষ্ট উদ্ভিদৰ সমষ্ট সংবহন কলা লগ লাগি '''সংবহন কলাতন্ত্ৰ'''ৰ গঠন কৰে।
 
"https://as.wikipedia.org/wiki/সংবহন_কলা"ৰ পৰা অনা হৈছে