আয়াত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:কোৰআন]]
মুছলিমসকলৰ ধৰ্মগ্ৰন্থ আল-কোৰআনৰ [[ছূৰা]] সমূহৰ পংক্তি বা বাক্যক বহুবচনত '''আয়াত''' ({{lang-ar|آيات}}) আৰু একবচনত '''আয়াহ''' ({{lang-ar|آية}} ) বুলা হয়। কিন্তু অসমীয়া আৰু বাংলা ভাষাত একবচন ও বহুবচন উভয় ক্ষেত্ৰতেই ''আয়াত'' শব্দটোৱেই বহুল প্ৰচলিত। কোৰআনত মুঠ ৬২৩৬ টা আয়াত আছে। কোনো কোনো বৰ্ণনাত ৬৬৬৬ বুলি উল্লেখ কৰা হৈছে।
 
[[File:Ahmet Karahisari 001.jpg|thumb|260px|left|ষোড়শ শতাব্দীৰ এখন কোৰআনত ছূৰা আৰু আয়াত দেখুৱা হৈছে]]
 
==লগতে পঢ়ক==
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আয়াত"ৰ পৰা অনা হৈছে