অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎বাঁহী: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
40 নং শাৰী:
==বাঁহী==
{{Main|বাঁহী}}
বাঁহীক সম্পুৰ্ণভাবেসম্পূৰ্ণভাবে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি আভিহিত কৰিব নোৱাৰিলেও, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ , বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ । বৈষ্ণব সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক অসমত মুৰুলী , বংশী, বেণু , বাঁশী, আদি বহু নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে । অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য । বাঁহীৰ উৎপত্তি চীন দেশত বুলি থাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন ।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/bahi_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>