উৰ্ট মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Assamese image added
1 নং শাৰী:
[[Image:Kuiper oortbelt -en Oort cloud as.svg|thumb|upright=1.3|শিল্পীৰ তুলিকাত ওৰ্ট মেঘ আৰু [[কাইপাৰ বেষ্টনী]] (ইন্‌ছে'ট)।]]
'''ওৰ্ট মেঘ''' বা '''অ'পিক-ওৰ্ট মেঘ''' ({{IPAc-en|ˈ|ɔr|t}} বা {{IPAc-en|ˈ|ʊər|t}}<ref>{{OED|Oort}}</ref>) জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত [[সূৰ্য্য]]ক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু [[ধূমকেতু]]ৰ অঞ্চল বা পটী৷<ref>{{cite journal|author=Paul R. Weissman|date=1983|title=The mass of the Oort Cloud|journal=[[Astronomy and Astrophysics]]|volume=118 |issue=1 |pages=90–94|bibcode=1983A&A...118...90W}}</ref> জ্যোৰ্তিবিজ্ঞানীসকলে কৰা বিশ্বাসমতে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা দীৰ্ঘদূৰত্বৰ ধুমকেতূ আৰু বৃহস্পতি গোত্ৰ ধূমকেতূৰ এই অঞ্চলেই উৎপত্তিস্থল৷ ওৰ্ট মেঘ অঞ্চলৰ শেষ সীমাকেই [[সৌৰজগত]]ৰ শেষ সীমা বুলি ধৰা হয়৷<ref name="NASA_SSE_oort">{{cite web|title=Kuiper Belt & Oort Cloud| work = [http://solarsystem.nasa.gov/index.cfm NASA Solar System Exploration web site]|url=http://solarsystem.nasa.gov/planets/profile.cfm?Object=KBOs&Display=OverviewLong|publisher=[[NASA]] |accessdate=2011-08-08
}}</ref> নেডাৰলেণ্ডৰ জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্ট আৰু ইষ্ট'নিয়ান জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট অ'পিকৰ নামেৰে নামাকৰণ কৰা এই অঞ্চল সূৰ্য্যৰ পৰা ২০০০ ৰ পৰা ৫০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, য'ত নেকি প্লুট' বাওনা গ্ৰহৰ দূৰত্ব মাথো ৩০ ৰ পৰা ৪৯ জ্যোৰ্তিবিজ্ঞান একক (A.U.)৷
"https://as.wikipedia.org/wiki/উৰ্ট_মেঘ"ৰ পৰা অনা হৈছে