কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
}}
-->
'''কম্পিউটাৰ বিজ্ঞান''' হ'ল [[তথ্য]] আৰু ইয়াৰ পৰি্স্কৰনপৰিস্কৰন/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰ প্ৰণালীবদ্ধ অধায়ন (study) ‌‌।
 
থোৰতে কবলৈ গলে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় । এনে কিছুমান সমাৰ্থক হিচাবে ব্যবহাৰ কৰা নাম হল [[কম্পিউতাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা]] (computer science & engineering/technology), [[তথ্য প্ৰয়ুক্তি]] (information technology), [[তথ্য পৰি্স্কৰনপৰিস্কৰন/সংকলন]] (data processing) ইত্যাদি|ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰি্স্কৰনপৰিস্কৰন/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰ অধায়ন"-কহে কম্পিউতাৰ বিজ্ঞান বুলিম| উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনা কৰিব।
 
=ইতিহাস=
অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত ''কম্পিউটাৰ বিজ্ঞান'' বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই ''কম্পিউটাৰ বিজ্ঞান'' বা ''সংগণন বিদ্যা'' বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
 
==কম্িপউটাৰ‌ৰ‌কম্পিউটাৰ‌ৰ‌ ঐিতহািসকঐতিহাসিক প্ৰেয়াগ আৰু ঊৎকৰ্ষ==
অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত ''কম্পিউটাৰ বিজ্ঞান'' বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক)বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই ''কম্পিউটাৰ বিজ্ঞান'' বা ''সংগণন বিদ্যা'' বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
 
দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়। [[Image:RomanAbacusRecon.jpg|170px|thumbnail|right|ৰোমান এবেকাচ]] পৰৱৰ্ত্তীকালতো, িবিভন্নবিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশ:ক্ৰমশঃ জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃ্দ্ধিৰবৃদ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃ্দ্ধিবৃদ্ধি পালে। [http://en.wikipedia.org/wiki/Wilhelm_Schickard উইলহেল্ম শ্চিকাৰ্ড]-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।
==কম্িপউটাৰ‌ৰ‌ ঐিতহািসক প্ৰেয়াগ আৰু ঊৎকৰ্ষ==
 
দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়। [[Image:RomanAbacusRecon.jpg|170px|thumbnail|right|ৰোমান এবেকাচ]] পৰৱৰ্ত্তীকালতো, িবিভন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশ: জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃ্দ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃ্দ্ধি পালে। [http://en.wikipedia.org/wiki/Wilhelm_Schickard উইলহেল্ম শ্চিকাৰ্ড]-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।
 
[[Image:050114_2529_difference.jpg|170px|thumbnail|right|ডিফাৰেনছিয়েল ইঞ্জিন]]
 
ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত [http://en.wikipedia.org/wiki/Charles_Babbage চাৰ্লচ বেবেজ]-ৰ নাম বিশেষভাৱে উল্লেখনীয়| "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আিৱষ্কাৰকআৱিষ্কাৰক েবেবজকবেবেজক আধুিনকআধুনিক সংগননবিদ্যাৰ জনক আখ্যা িদয়াদিয়া হয়।
 
==আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ জন্ম==
 
মন কৰিবলগীয়া যে ওপৰোক্ত আবিস্কাৰ‌বোৰ‌ক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিঞ্জানৰ‌ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰ‌পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ‌ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্রতিপাদৰ‌ জৰিয়তে আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ চৰ্চাৰ‌ ভেটি স্থাপন হয়।হয় । ইয়াৰ‌ সহায়ত কম্পিউটাৰ‌ৰ‌ এক সৰ‌ল গাণিতিক আৰ্হি তৈয়াৰ‌ কৰিব প‌ৰা যায়।যায় । অতি সৰ‌লীকৃত কৰি কবলৈ গলে এই ন্যুনতম গাণিতিক কম্পিউটাৰ‌ক ব্যৱহাৰ ‌কৰি কম্পিউটাৰ‌ বিজ্ঞানৰ‌ বিভিন্ন জটিল তত্বসমু্হতত্বসমুহ অধ্যয়ন কৰিব পৰা যায়।
 
সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰ‌জাৰ‌, কাৰ্ল গডেল ইত্যাদিৰ‌ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়।
Line 38 ⟶ 37:
* [[কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ব]]: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়।
* [[কম্পিউটেশ্যনেল কম্লেক্সিটি থিয়ৰী]] বা [[সংগণন বিশ্লেষণ তত্ব]]: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
* অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্ৰত্যক্ষ উপযোগীতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূ্হকবিষয়সমূহক ধৰিব পৰা যায়, যথা-
** [[এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ]]
** [[কম্পিউটাৰ গ্ৰাফিক্স]]