হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
19 নং শাৰী:
}}
 
'''হেমা মালিনী''' (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিক। ১৯৬২ চনত [[তামিল]] ছবি ''ইথু চাথিয়াম''ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল [[চপনৌ কা চৌদাগৰ]]। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]]ৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত ''' সীতা ঔৰ গীতা''' চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
হেমা মালিনীৰ জন্ম হৈছিল এটা [[তামিল]] পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।