হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
28 নং শাৰী:
 
==ৰাজনৈতিক জীৱন==
১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হেমা মালিনীয়ে [[ভাৰতীয় জনতা পাৰ্টী]]ৰ প্ৰাৰ্থী [[বিনোদ খান্না]]ৰ হৈ পাঞ্জাবৰ গুৰদাসপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
ইয়াৰ পাছত ২০০৪ চনত হেমা মালিনীয়ে আনুষ্ঠানিক ভাৱে [[ভাৰতীয় জনতা পাৰ্টী]]ত যোগদান কৰে। তদানীন্তন ৰাষ্ট্ৰপতি [[এ পি জে আব্দুল কালাম]]ৰ দ্বাৰা মনোনীত হৈ ২০০৩-২০০৯লৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা লোকসভা সমষ্টিত জয়ন্ত চৌধাৰীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।
 
==বঁটা আৰু সন্মান==