হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
26 নং শাৰী:
==অভিনয় জীৱন==
[[তামিল]] ছবি ''ইধু চাথিয়াম''ত তেওঁ সহ অভিনেত্ৰী হিচাপে কাম কৰিছিল। এয়াই আছিল তেওঁৰ চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ আৰম্ভণি। ১৯৬৮ চনত তেওঁ [[ৰাজ কাপুৰ]]ৰ বিপৰীতে ''চপনৌ কে চৌদাগৰ''ত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ [[বলীউদৰ]]ৰ ''' ড্ৰিম গাৰ্ল''' হোৱাৰ আৰম্ভণি। <ref name=dgirl>[http://www.rediff.com/entertai/2002/oct/25dinesh.htm ''Hema Malini: Bollywood's dreamgirl.''] Rediff.com 25 October 2002. Accessed 1 July 2011</ref>
ইয়াৰ পাছত ''জনী মেৰা নাম (১৯৭০)'' আন্দাজ (১৯৭১), লাল পাত্থৰ (১৯৭১) ইত্যাদি ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ১৯৭২ চনত ''সীতা ঔৰ গীতা'' নামৰ চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]] লাভ কৰিছিল। <ref name=firstff>[https://archive.is/20130126082603/http://filmfareawards.indiatimes.com/articleshow/366872.cms ''The Winners – 1972– The 51st Filmfare Awards.''] ''The Times of India.'' 14 June 2011.</ref>
 
==অভিনীত চলচ্চিত্ৰসমূহ==