বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ইতিহাস আৰু প্ৰবাদ: Added content and removed unnecessary biographical content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
32 নং শাৰী:
 
==ইতিহাস আৰু প্ৰবাদ==
শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপ্ৰয়াণৰ সময়ত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ হাতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰি গৈছিল। শ্ৰী শ্ৰী মাধৱদেৱেও গুৰুৰ আজ্ঞা পালি কালক্ৰমত তেওঁৰ প্ৰয়াণৰ সময়ত শংকৰদেৱৰ বৰনাতি পুৰুষোত্তম ঠাকুৰৰ হাতত সেই দায়িত্বভাৰ দি থৈ যায়। পুৰুষোত্তম ঠাকুৰে ধৰ্মভাৰ গ্ৰহণ কৰি পাটবাউসীৰ পৰা গৈ জনিয়াত সত্ৰ পাতে আৰু কোচবিহাৰলৈ গৈ তাত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰে। শেষত তেওঁৰ স্বৰ্গগামী হোৱাৰ পৰত ধৰ্মপ্ৰচাৰৰ ভাৰ খুৰাকৰ পুত্ৰ চতুৰ্ভূজ ঠাকুৰক দি যায়। চতুৰ্ভূজ ঠাকুৰৰ তিনিগৰাকী ভাৰ্যাৰ এগৰাকীৰো পুত্ৰ সন্তান নাছিল। গতিকে তেখেতৰ জ্যেষ্ঠা ভগ্নী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজৰ পুত্ৰস্বৰূপে তুলি লয়। তেওঁৰ পাছতে দামোদৰ ঠাকুৰেই ধৰ্মপ্ৰচাৰৰ ভাৰ লাভ কৰে। তেওঁ অতি সুচাৰুৰূপে সত্ৰসভা পৰিচালনা কৰিছিল। দামোদৰ ঠাকুৰ আৰু আই কনকলতাই মিলি অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰে আৰু নতুনকৈ আৱিষ্কাৰ কৰা হেতু তেতিয়াৰ পৰা তেওঁ নৰোৱা গোঁসাই হিচাপে প্ৰসিদ্ধ হয় আৰু তেওঁ স্থাপন কৰা সত্ৰসমূহো নৰোৱা সত্ৰ হিচাপে পৰিগণিত হয়। বৰদোৱা থান উদ্ধাৰৰ পাচত দামোদৰ ঠাকুৰে নিজ পৰিয়ালক বৰদোৱা ঘাটত থৈ গড়গাঁৱলৈ যাত্ৰা কৰে। চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামে ঠাইত সত্ৰ পাতিবৰ বাবে ভূমি দান কৰে।এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে<ref>www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref> প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
 
পূৰ্বতে সত্ৰৰ ভূমি (য'ত এইখন মূলতে অৱস্থিত আছিল) ১৩৯২ খ্ৰীষ্টাব্দত সদধাপুৰ/শদিয়া ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক দান কৰিছিল আৰু লগতে মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু, বানপানীৰ কাৰণে মন্দিৰভাগৰ স্থান পৰিত্যক্ত হয় আৰু ১৪০১ খ্রীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়ণে (সত্যনাৰায়ণৰ পুত্র) এভাগ নতুন মন্দিৰৰ প্রতিষ্ঠিত কৰে । মন্দিৰভাগৰ ভূমি ৰবিদাস বনসপতি নামৰ এজন পুৰোহিতক দান কৰা হৈছিল। পাচৰ পৰ্য্যায়ত ৰবিদাসৰ বংশৰ বাহুদ নামৰ এজন ব্ৰাহ্মণে বৈষ্ণৱ সন্ত দামোদৰদেৱ আতাক সত্ৰ প্রতিষ্ঠাৰ বাবে মন্দিৰটো দি দিছিল।
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
 
শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপ্ৰয়াণৰ সময়ত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ হাতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰি গৈছিল। শ্ৰী শ্ৰী মাধৱদেৱেও গুৰুৰ আজ্ঞা পালি কালক্ৰমত তেওঁৰ প্ৰয়াণৰ সময়ত শংকৰদেৱৰ বৰনাতি পুৰুষোত্তম ঠাকুৰৰ হাতত সেই দায়িত্বভাৰ দি থৈ যায়। পুৰুষোত্তম ঠাকুৰে ধৰ্মভাৰ গ্ৰহণ কৰি পাটবাউসীৰ পৰা গৈ জনিয়াত সত্ৰ পাতে আৰু কোচবিহাৰলৈ গৈ তাত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰে। শেষত তেওঁৰ স্বৰ্গগামী হোৱাৰ পৰত ধৰ্মপ্ৰচাৰৰ ভাৰ খুৰাকৰ পুত্ৰ চতুৰ্ভূজ ঠাকুৰক দি যায়। চতুৰ্ভূজ ঠাকুৰৰ তিনিগৰাকী ভাৰ্যাৰ এগৰাকীৰো পুত্ৰ সন্তান নাছিল। গতিকে তেখেতৰ জ্যেষ্ঠা ভগ্নী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজৰ পুত্ৰস্বৰূপে তুলি লয়। তেওঁৰ পাছতে দামোদৰ ঠাকুৰেই ধৰ্মপ্ৰচাৰৰ ভাৰ লাভ কৰে। তেওঁ অতি সুচাৰুৰূপে সত্ৰসভা পৰিচালনা কৰিছিল। দামোদৰ ঠাকুৰ আৰু আই কনকলতাই মিলি অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰে আৰু নতুনকৈ আৱিষ্কাৰ কৰা হেতু তেতিয়াৰ পৰা তেওঁ নৰোৱা গোঁসাই হিচাপে প্ৰসিদ্ধ হয় আৰু তেওঁ স্থাপন কৰা সত্ৰসমূহো নৰোৱা সত্ৰ হিচাপে পৰিগণিত হয়। বৰদোৱা থান উদ্ধাৰৰ পাচত দামোদৰ ঠাকুৰে নিজ পৰিয়ালক বৰদোৱা ঘাটত থৈ গড়গাঁৱলৈ যাত্ৰা কৰে। চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ(শদিয়া) পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামেনামৰ ঠাইত সত্ৰঠাইৰ পাতিবৰবাসুদেৱ বাবেমন্দিৰৰ ভূমিভূমিত দানপত্ৰ স্থাপন কৰে। কৰে।এইএই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে<ref>www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref> প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
The Sri Sri Basudev Than was established in mid-17th century by the grandson of [[Sankardeva]], Damodar Ata as Laumura Satra, during the rule of [[Ahom dynasty|Ahom]] king [[Jayadhwaj Singha]]. There is controversy whether Damodar Ata came from Bijani or from Upper Assam.<ref>[http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm Assaminfo page on Basudev Than, Para 2]</ref>
 
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
The land of the Satra (where it was originally located) was donated by the king of Sadhayapur, Satyanarayana in 1314 to Narayan Dwij for Bishnu Puja. Later on, a Brahmin family took the land and finally a member of the Brahmin family 'Bahude' gave the land to Damodar Ata.<ref>[http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm cic.nic.in Shri Shri Basudev Than Para 1]</ref> According to others, in 1323, Sadhayapuriya king Lakhinarayan devoted the land to Ravidev Basaspati for Bishnu Puja, and from this family, did the land go to Damodar Ata.<ref>[http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm Assaminfo para 2]</ref> The Satra was then transferred to the present day location.
 
After Damodar Ata's death, Ramakanta Ata took the place of the ''Adhikar''. However, having to look two other Satras a well, Basudev Than, due to neglection, almost turned into a forest. In 1683, Ramdev Ata took the place of the Adhikar, after the death of Ramakanta Ata. By that time, the Ahom kings started to pay respect to the Satradhikars. In 1707, Ahom king [[Gourinath Singha]] decided to visit this satra. However, he had to return from a place now called Uvata Sampara (Uvata meaning 'to return'<ref>xobdo.org xobdo online dictionary search result of 'ubhata' in Assamese</ref>). Knowing this, Satradhikar felt sorry, left this satra and went to live in [[Barpeta]]. Later on, when king came to know of this, he regreted and sent Mahidhar Dangariya there and bestowed a Bor-Kah.<ref>http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm</ref><ref>http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm</ref>
 
Gradually, this place became deserted. This remained so till the arrival of Rangain Aldhara. Later on, Achyut Ata, with the help of Aldhara established a temple there. The Basudev Mandir was established in 'Maghi Purnima'. And thus, people organize Pal Nam every year on Maghi Purnima till date. His brother, Mahesh Ata built a big Namghar there.
 
==বিৱৰণ==