ছাহাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
ইছলাম ধৰ্মত '''ছাহাবী''' শব্দৰ ({{lang-ar|الصحاب}} ''সহচৰ'') দ্বাৰা [[মুহাম্মাদ]] (চাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ স্বাথী বা সহচৰসকলক নিৰ্দেশ কৰে। ইয়াৰ বহুবচন শব্দ হ'ল ''ছাহাবা'' । <ref>web url=http://www.livingislam.org/n/shb_e.html|শিৰোনাম=Sahaba |ভাষা=ইংৰাজী|প্ৰকাশক=livingislam.org</ref><ref>"Sharh al-`Aqeedah at-Tahaawiyyah", by [[Ahmad ibn Muhammad al-Tahawi]], p.526-528 (ইংৰাজী ভাষাত)</ref>
==সংজ্ঞা==
‘ছাহাবী’ শব্দটো আৰবী ভাষাৰ ‘ছুহবত’ শব্দৰ এটা ৰূপ। একবচনত ‘ছাহেব’ ও ‘ছাহাবী’ আৰু বহুবচনত ‘ছাহাব’ ব্যৱহৃত হয়। আভিধানিক অৰ্থ হ'ল সংগী, স্বাথী, সহচৰ, একেলগে জীৱন যাপনকাৰী অথবা সাহচৰ্য অৱস্থানকাৰী। ইছ মলমী পৰিভষাত ‘ছাহাবা’ শব্দটোৰ দ্বাৰা ৰাছুলুল্লাহ [[মুহাম্মাদ]] (ছাঃ)ৰ মহান সংগী-স্বাথীসকলক বুজায়। ‘ছাহেব’ শব্দটোৰ বহুবচনৰ আৰু কেইবাটাও ৰূপ আছে। কিন্তু ৰাছুলুল্লাহ [[মুহাম্মাদ]] (ছাঃ)ৰ সংগী-স্বাথীসকলক বুজাবলৈ‘ছাহেব’-ৰ বহুবচনত ‘ছাহাবা’ ৰ উপৰিও ‘আছহাব’ আৰু ‘ছাহব’ও ব্যৱহৃত হোৱা দেখা যায়।
 
আল্লামা ইবনে হাজাৰ ৰাহঃ ‘আল–ইছাবা ফী তাময়ীযিছ ছাহাবা’ গ্ৰন্থত ছাহাবীৰ সংজ্ঞা দিবলৈ গৈ কৈছেঃ {{quote| "ছাহাবী হ'ল সেইজন ব্যক্তি, যিজনে ৰাছুলুল্লাহ [[মুহাম্মাদ]] (ছাঃ)ৰ প্ৰতি [[ঈমান|বিশ্বাস]] সহকাৰে তেখেতৰ সাক্ষাৎ লাভ কৰিছে আৰু ইছলামৰ ওপৰতেই মৃত্যুবৰণ কৰিছে।"}}
<!-- ==ছাহাবী সকলৰ মৰ্যদা==
 
==ছাহাবী সকলৰ মৰ্যদা==
==ছাহাবী সকলৰ সংখ্যা==
==লগতে পঢ়ক== -->
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
"https://as.wikipedia.org/wiki/ছাহাবা"ৰ পৰা অনা হৈছে