স্তন্যপায়ী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[চিত্ৰ:פארק הכרמל 4 - גנים לאומיים בצפון הארץ - אתרי מורשת 2016 (497).jpg|thumb|স্তন্যপায়ী প্ৰাণী]]
স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থী, আৰু মগজুৰ নিঅ'কৰ্টেক্স। স্তন্যপায়ীৰ মগজুৱে দেহৰ উষ্ণতা আৰু চাৰিটা কোঠালিৰ হৃদযন্ত্ৰকে ধৰি ৰক্ত পৰিবহন তন্ত্ৰ নিয়ন্ত্ৰণ কৰে।