হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী:
| term_start = ১৬, মে' ২০১৪
}}
'''হেমা মালিনী''' (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিক। ১৯৬২ চনত [[তামিল]] ছবি ''ইথু চাথিয়াম''ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল [[চপনৌ কা চৌদাগৰ]]। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁঁৰতেওঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]]ৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত ''' সীতা ঔৰ গীতা''' চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
 
'''হেমা মালিনী''' (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিক। ১৯৬২ চনত [[তামিল]] ছবি ''ইথু চাথিয়াম''ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল [[চপনৌ কা চৌদাগৰ]]। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]]ৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত ''' সীতা ঔৰ গীতা''' চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
হেমা মালিনীৰ জন্ম হৈছিল এটা [[তামিল]] পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।
অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল ''তুম হাচীন ম্যে জৱান'' (১৯৭০)<ref>{{cite web|url=http://highlightsindia.com/hema-malini-biography-career-awards-net-worth/|title=Hema Malini-Biography, Career, Awards and Net Worth|date=20 May 2017|publisher=}}</ref>, আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়। অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল। তথাপি ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়<ref name="dnaindia">{{cite news|title=From Hema Malini-Dharmendra, Rekha-Vinod Mehra to Aamir Khan-Reena: Bollywood's most controversial and secret marriages|url=http://www.dnaindia.com/entertainment/report-from-hema-malini-dharmendra-rekha-vinod-mehra-to-aamir-khan-reena-bollywoods-most-controversial-and-secret-marriages-1944902|accessdate=18 June 2016|publisher=[[Daily News and Analysis]]|date=3 January 2014}}</ref>। তেওঁঁলোকৰ দুটি সন্তান ক্ৰমে ইষা দেউল (জন্ম ১৯৮১) আৰু আহানা দেউল (জন্ম ১৯৮৫)। ইষা দেউল বলীউদৰ এগৰাকী অভিনেত্ৰী আৰু আহানা সহকাৰী পৰিচালক।
 
==অভিনয় জীৱন==
Line 45 ⟶ 44:
==ৰাজনৈতিক জীৱন==
১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হেমা মালিনীয়ে [[ভাৰতীয় জনতা পাৰ্টী]]ৰ প্ৰাৰ্থী [[বিনোদ খান্না]]ৰ হৈ পাঞ্জাবৰ গুৰদাসপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
ইয়াৰ পাছত ২০০৪ চনত হেমা মালিনীয়ে আনুষ্ঠানিক ভাৱে [[ভাৰতীয় জনতা পাৰ্টী]]ত যোগদান কৰে<ref name=BJP>[http://www.hindu.com/2004/02/20/stories/2004022007841100.htm ''Hema Malini joins BJP.''] ''The Hindu'' 20 February 2004 Accessed 14 June 2011.</ref> । তদানীন্তন ৰাষ্ট্ৰপতি [[এ পি জে আব্দুল কালাম]]ৰ দ্বাৰা মনোনীত হৈ ২০০৩-২০০৯লৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা লোকসভা সমষ্টিত জয়ন্ত চৌধাৰীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।
 
==বঁটা আৰু সন্মান==
Line 53 ⟶ 52:
 
==তথ্য সূত্ৰ==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় অভিনেত্ৰী]]
[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:ফিল্মফেয়াৰ বঁটা বিজয়ী]]