গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
{{Infobox university
|name = গৌহাটী চিকিৎসা মহাবিদ্যালয়<br> Gauhati Medical College
|image = [[File:GAUHATI MEDICAL COLLEGE.JPG|250px]]
|established = ১৯৬০
|superintendent = ডাঃ ৰমেন তালুকদাৰ, এম.ডি(ৰেডিঅ'লজি)
|principal = ডাঃ অতীন্দ্ৰ অধিকাৰী, এম.ডি (মেডিচিন)
|city = ভাঙাগড়, [[গুৱাহাটী]]
|state = [[অসম]]
|free_label = চমু নাম
|free = জি এম চি
|website = {{URL|gmchassam.gov.in}}
|logo =
Line 13 ⟶ 14:
|affiliations = [[শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়]]
}}
'''গৌহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College)''' [[গুৱাহাটী]]ৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। ১৯৬০ চনত [[অসম চৰকাৰ|অসম চৰকাৰে]] ইয়াক প্ৰতিষ্ঠা কৰে। জন্মলগ্নৰে পৰা ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ তথা বিশেষজ্ঞ পৰ্যায়ৰ শিক্ষা আগবঢ়োৱা এইখন মহাবিদ্যালয় সমগ্ৰ ভাৰততে বিখ্যাত।
==পাঠ্যক্ৰম==
মহাবিদ্যালয় খনে ৫বছৰ আৰু ছয়মহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী আৰু দুবছৰীয়া ডিপ্লোমাও আগবঢ়ায়। লগতে ডক্টৰ অফ মেডিচিন আৰু ডক্টৰ অফ চাৰ্জাৰী পাঠ্যক্ৰমো ইয়াত আছে। তদুপৰি মহাবিদ্যালয় খনৰ লগতে ইনষ্টিটিউট অফ ফাৰ্মাচি আৰু নাৰ্ছিং আছে। ইয়াত ফাৰ্মাচিৰ ডিপ্লোমা আৰু নাৰ্ছিংৰ স্নাতক পাঠ্যক্ৰম আছে। বিভিন্ন ধৰণৰ পেৰামেডিকেল পাঠ্যক্ৰমো ইয়াত উপলব্ধ।
এই সকলোবোৰ পাঠ্যক্ৰমত নামভৰ্তি বিভিন্ন সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হয়।
==বিভিন্ন বিভাগ==▼
গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ হ'ল▼
▲==বিভিন্ন বিভাগ==
* অস্থিৰোগ বিভাগ
* নাক, কান আৰু ডিঙি বিভাগ
|