আহোম ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ধৰ্ম
No edit summary
1 নং শাৰী:
{{Infobox Religious group|name='''তাঈ-আহোম ধৰ্ম'''|group='''তাঈ-আহোম ধৰ্ম'''|regions=[[অসম]] আৰু [[অৰুণাচল]]|scriptures=,|languages=আহোম|notes=[[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় ধৰ্ম}}
'''আহোম ধৰ্ম''', '''বানফি ফুৰালুঙ ধৰ্ম''' বা '''তাঈ-আহোম ধৰ্ম''' [[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় ধৰ্ম। আহোম সকলে ১২২৮ ত [[চাওলুং চুকাফা]]ৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক্তিত। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয় আৰু [[বৌদ্ধ]] প্ৰভাৱক ফুৰালুং বা ফ্ৰালুং বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্ৱন বিস্ৱাস এই দুইটা বস্তু অইন তাঈ সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্ম সাধাৰণতে মূৰ্তিপূজা দেখা নাজায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল [[আহোম]] চাও-ফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্ৱৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই [[চীন]]ৰ টিয়েন নামৰ অংশত অৱস্হিত অৱশ্য়ে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো [[আহোম]] ৰাজ্য়ৰ ৰাজধৰ্ম আছিল। তেওলোকৰ তিনিপুৰোহিত শ্ৰেণী হল- ম'চাম,ম'হুং,ম'প্লং ।
 
==এছিয়াৰ অইন ধৰ্মৰ সৈতে সাদৃশ্য়তা==
"https://as.wikipedia.org/wiki/আহোম_ধৰ্ম"ৰ পৰা অনা হৈছে