চিবিএচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[চিত্র:চিবিএস.png|right|200px|চিবিএসৰ লোগো]]<big>'''চিবিএস ব্ৰডকাষ্টিং ইনকৰপৰেছন'''</big> (চমুকৈ '''চিবিএস''') আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান টেলিভিজন নেটৱৰ্ক। ইয়াৰ আৰম্ভনি ঘটিছিল এটি ৰেডিঅ নেটৱৰ্ক ৰূপে। চিবিএস নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰডকাষ্টিং সিষ্টমৰ প্ৰৰম্ভিক বৰ্ণকেইটাৰ পৰা। ইয়াৰ লোগোতোৰ আকৃতি চকুৰ দৰে বাবে মাজে সময়ে ইয়াক "আই (চকু) নেটৱৰ্ক" নামেৰেও চিহ্নিত কৰা হয়।
 
[[শ্রেণী:টেলিভিজন ছেনেল]]
"https://as.wikipedia.org/wiki/চিবিএচ"ৰ পৰা অনা হৈছে