আহোম ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

links
No edit summary
1 নং শাৰী:
{{Infobox Religious group|name='''তাঈ-আহোম ধৰ্ম'''|group='''তাঈ-আহোম ধৰ্ম'''|regions=[[অসম]] আৰু [[অৰুণাচল]]|scriptures=[[লিট্ লাই পেঞ কা কা]]|languages=[[আহোম ভাষা]]|notes=[[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় ধৰ্ম}}
'''আহোম ধৰ্ম''', '''বানফি ফুৰালুঙ ধৰ্ম''' বা '''তাঈ-আহোম ধৰ্ম''' [[আহোম]] সকলৰ পৰম্পৰাগত তাঈ জনগোষ্ঠীয় ধৰ্ম। আহোম সকলে ১২২৮ ত [[চাওলুং চুকাফা]]ৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক্তিত। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয় ।হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্ৱনখ্বন বিস্ৱাসবিস্বাস এই দুইটা বস্তু অইন তাঈ সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্ম সাধাৰণতে মূৰ্তিপূজা দেখা নাজায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল [[আহোম]] চাও-ফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্ৱৰ্গীয়স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই [[চীন]]ৰ টিয়েন নামৰ অংশত অৱস্হিত অৱশ্য়েঅৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো [[আহোম]] ৰাজ্য়ৰৰাজ্যৰ ৰাজধৰ্ম আছিল। তেওলোকৰ তিনিপুৰোহিত শ্ৰেণী হল- ম'চাম,ম'হুং,ম'প্লং ।প্লং।
 
==এছিয়াৰ অইন ধৰ্মৰ সৈতে সাদৃশ্য়তাসাদৃশ্যতা==
আহোম ধৰ্ম মূলতে ফি আৰু দাম(মৃতক)ৰ পূজাত বিস্ৱাসী।পূৰ্বপুৰুষবিস্বাসী।পূৰ্বপুৰুষ উপাসনা আৰু খ্ৱনখ্বন বিস্ৱাসবিস্বাস এই দুইটা বস্তু অইন তাঈ সকলৰ পৰম্পৰাত দেখা যায়। অন্য়হাতেঅন্যহাতে জীৱৰ দ্ৱিতীয়তাদ্বিতীয়তা হান (ফু) আৰু পু তাওবাদৰ য়িন আৰু য়াংৰ পৰা অহা বুলি সন্দেহ কৰা হয়। ধৰ্মীয় অনুষ্ঠানত কুকুৰা আৰু লাও নামৰ পৰম্পৰাগত পানীয় বিধ (লোক-লাও: পানী নিদিয়া , নাম-লাও:পানী দিয়া)ৰ প্ৰথা অইন তাঈ সকল বিশেষকৈ লাও আৰু থাইলেন্দৰ তাঈ পৰম্পৰাগত ধৰ্ম চাটচানা ফি ত দেখা যায়।
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/আহোম_ধৰ্ম"ৰ পৰা অনা হৈছে