No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
== অসমীয়া ==
এইখন এখন আলোচনীৰ নাম | চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদনাত গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল ১৯৬৮ চনত | মাথোঁ দুবছৰহে আলোচনীখন প্ৰকাশ হয় আৰু তাৰ পাছত বন্ধ হয় | এই আলোচনীতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস 'মৃত্যুঞ্জয়' ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল |