অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
16 নং শাৰী:
}}
{{brahmic}}
'''অসমীয়া লিপি''' [[অসমীয়া ভাষা]] লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ<ref name=neog1>নেওগ, মহেশ্বৰ (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী</ref><ref name=neog>[http://books.google.co.in/books?id=DcReZM-rI0MC&pg=PA308&lpg=PA308&dq=origin+of+assamese+script&source=bl&ots=JKnfR8KK1p&sig=nGp2-2VBIrreof4HzkNeepUuhAU&hl=en&ei=nPCVTsvREILqrQfFkMScBg&sa=X&oi=book_result&ct=result&resnum=9&ved=0CFkQ6AEwCA#v=onepage&q=origin%20of%20assamese%20script&f=false]Neog,Maheswar; Early history of the Vaiṣṇava faith and movement in Assam, আহৰণ ১২.১০.২০১১</ref> নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা<ref name=goswami>গোস্বামী, উপেন্দ্ৰনাথ (১৯৮৯); অসমীয়া লিপি; অসম প্ৰকাশন পৰিষদ</ref><ref>দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; ডেকো পাবলিকেচনচ</ref> বুলি মত পোষণ কৰে।
==ইতিহাস==
25 নং শাৰী:
{{Main|অসমীয়া লিপিৰ বুৰঞ্জী}}
{{See also|অসমীয়া সাহিত্য}}
অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত[[]]। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচল লিপি অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ [[]]। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "[[চৰ্যাপদ]]ত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়<ref>শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ</ref>। চৰ্যাপদসমূহ ৮ম-
লিপিবিদসকল অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে দুটা মতত বিভক্ত। প্ৰথম মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি, কুটিল লিপি আৰু পুৰণি অসমীয়া লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে<ref name=neog1></ref>। দ্বিতীয় মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা প্ৰাচীন কামৰূপী লিপি আৰু পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ ৰূপ পাইছে<ref name=goswami></ref>। ৫ম শতিকাৰ '''উমাচলৰ শিলালিপি''' আৰু '''নগাজৰী-খনিকৰ গাওঁৰ প্ৰস্তৰখণ্ডৰ লিপি'''য়েই এই অঞ্চলত অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ<ref name=gov></ref><ref name=bora></ref>। তাৰ পিছৰ কালৰ শিলালিপি, তামৰ ফলিৰ লিপি আৰু [[সাঁচিপাত]]ৰ পুথিসমূহে ১৮-১৯ শতিকা মানলৈকে অসমীয়া লিপিৰ বিকাশ সূচায়। কানাই বৰশীবোৱা শিলালিপিয়ে ইয়াকো প্ৰমাণ কৰে যে ১২ শতিকামানতে প্ৰাক্-অসমীয়া ৰূপ বা মধ্যযুগীয় বা '''কামৰূপী লিপি'''ৰ বিকাশ ঘটে<ref>goswami, Upendrantha; An introduction to Assamese(1978), Mani Manik publications</ref>। মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলী দেখিবলৈ পোৱা যায়: ''কাইথেলী/লহকৰি লিপি'' (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি), ''গড়গঞা লিপি'' (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল) আৰু ''বামুণীয়া লিপি'' (সংস্কৃত ভাষাৰ পৰা পুথি নকল কৰিবৰ বাবে [[ব্ৰাহ্মণ]] সকলৰ দ্বাৰা ব্যৱহৃত)।
==অসমীয়া আখৰ==
|