অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
{{Use dmy dates|date=April 2012}}
{{Infobox Writing system
|name=বঙালী
|name=পূৰ্বী নাগৰী
|sample=Eastern Nagari script.svg
|caption=
|caption=''পূৰ্বী নাগৰী লিপি'' বুলি অসমীয়াত (ওপৰত) আৰু বঙালীত (তলত) লিখা আছে।
|imagesize=320px
|type=[[আবুগিডা]]
|languages=[[অসমীয়া ভাষা|অসমীয়া]]
[[বঙালী ভাষা|বঙালী]]
[[বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা|বিষ্ণুপ্ৰিয়া মণিপুৰী]]
[[মেইতেই ভাষা|মেইতেই মণিপুৰী]]
[[ছিলঠীয়া ভাষা|ছিলঠীয়া]]
[[চাওতালী ভাষা|চাওতালী]]
[[খাচী ভাষা|খাচী]]
[[ককবৰক ভাষা|ককবৰক]]
[[গাৰো ভাষা|গাৰো]]
[[হাজং ভাষা|হাজং]]
[[চট্টগ্ৰামীয়া ভাষা|চট্টগ্ৰামীয়া]]
আৰু অন্যান্য।
|time=c. 1100–present
|fam1=[[আদি-চিনাইয়া বৰ্ণমালা]] [a]
16 নং শাৰী:
|fam5=[[গুপ্ত লিপি|গুপ্ত]]
|fam6=[[সিদ্ধম লিপি|সিদ্ধম]]
|daughters=[[অসমীয়া বৰ্ণমালা|অসমীয়া]], [[বঙালী বৰ্ণমালা|বঙালী]], [[অংগ লিপি]], [[তিৰহুতা লিপি]]
|unicode = [http://www.unicode.org/charts/PDF/U0980.pdf U+0980–U+09FF]
|iso15924=Beng

{{brahmic}}
'''পূৰ্বী নাগৰী লিপি''' বা '''অসমীয়া লিপি''' বা '''বঙালী লিপি''' বা '''বঙালী-অসমীয়া লিপি''' হৈছে [[অসমীয়া বৰ্ণমালা|অসমীয়া]] আৰু [[বঙালী বৰ্ণমালা]]ৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: [[অসমীয়াবঙালী ভাষা|অসমীয়াবঙালী]] আৰুভাষাৰ [[বঙালীবাবে ভাষা|বঙালী]]।ব্যৱহাৰ এইহোৱাৰ দুবিধৰ বাহিৰেওউপৰিও ইয়াক বহুতোঅন্য হুতো ভাষা যেনে [[বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা|বিষ্ণুপ্ৰিয়া মণিপুৰী]], [[মেইতেই ভাষা|মেইতেই মণিপুৰী]], [[ককবৰক ভাষা|ককবৰক]] আৰু আন আন [[অসমীয়া-বঙালী ভাষা]]ৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই [[খাচী ভাষা|খাচী]], [[বড়ো ভাষা|বড়ো]], [[কাৰ্বি ভাষা|কাৰ্বি]], [[মিছিং ভাষা|মিছিং]] আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। [[ছিলঠীয়া ভাষা|আধুনিক ছিলঠীয়া ভাষাৰ]] কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।

==বৰ্ণনা==
27 নং শাৰী:
Xinghô Môharaza" বুলি (লগতে চাওক [[শিৱ সিংহ]])। এই ১৮ শতিকাৰ [[আহোম ৰাজ্য|আহোম যোগীয়া]] পাণ্ডুলিপিত আধুনিক অসমীয়া "ৱ"ৰ সলনি পুৰণি অসমীয়া "ৰ" ব্যৱহাৰ কৰা হৈছে।]]

পূৰ্বী নাগৰীবঙালী লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই [[সিদ্ধম লিপি]]ৰ পৰা উদ্ভৱ হৈছে। ১৭৭৮ চনত যেতিয়া [[চাৰ্লছ ৱিকিঞ্চ]] পূৰ্বী নাগৰীএই লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিধিবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূৰ্বী নাগৰীবঙালী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়।

আগতে পূৰ্বী নাগৰী লিপিএই কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত [[ভাৰত|ভাৰতবৰ্ষৰ]] পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই লিপিৰে [[সংস্কৃত ভাষা|সংস্কৃত ভাষাও]] লিখা হৈছিল। [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মৰ]] মহাকাব্য যেনেঃ [[মহাভাৰত]] আৰু [[ৰামায়ণ]] অতীজৰ পূৰ্বী নাগৰীএই লিপিত লিখা হৈছিল।

== ইউনিক’ডত পূৰ্বী নাগৰীবঙালী লিপি ==
{{Main|বাংলা (ইউনিক’ড ব্লক)}}
পূৰ্বী নাগৰীবঙালী লিপিৰ ইউনিক’ডত নাম হৈছে "Bengali"। ইয়াৰ ব্লকটো হ’ল U+0980–U+09FF:
{{Unicode chart Bengali}}