No edit summary
No edit summary
3 নং শাৰী:
[[অসমীয়া ৱিকিপিডিয়া]]ৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মই, নয়ন জ্যোতি নাথ । মোৰ ঘৰ [[শোণিতপুৰ জিলা]]ৰ [[জামুগুৰি হাট]] ত,। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও। ইয়াৰোপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি উৎস, ৱিকি কমন্স, আদিতো সৰু-সুৰা কাম কৰোঁ।
 
<big> <big>'''চিৰ চেনেহী মোৰ ভাষা জননী'''</big> </big>{{Page tabs|[[User:নয়ন জ্যোতি নাথ]]|[[User:নয়ন জ্যোতি নাথ/Awards|মই লাভ কৰা বঁটা]]|[[User talk:নয়ন জ্যোতি নাথ|মোৰ সদস্য বাৰ্তা পৃষ্ঠা]]|NOTOC=true|This={{{This|1}}}}}<!-- INFO START -------------->{{Infobox user|name=নয়ন জ্যোতি নাথ|image=Aswiki19-Tezpur.jpg|birthdate=২২ মাৰ্চ, ১৯৯৫|birthplace=[[শোণিতপুৰ]]|location=[[তেজপুৰ]]|nationality=ভাৰতীয়{{flagicon|IND}}|occupation=|nick_name=|language=|university=<!-- CONTACT INFO -------------->|website=<!-- {{URL|example.com}} -->|blog=|email=nathnayanj123@gmail.com|gtalk=|skype=|yahoo=|facebook=[https://www.facebook.com/nayanjyoti.nath.904]|google+=}}১৯৯৫ চনৰ ২২মাৰ্চ তাৰিখে [[শোণিতপুৰ জিলা]]ৰ তেজপুৰত মোৰ জন্ম হয়। কিছুদিন তেজপুৰত থকাৰ পিছত তাৰ পিছত মই [[শোণিতপুৰ জিলা]]ৰ [[জামুগুৰি হাট]] অঞ্চলৰঅঞ্চলত ডাঙৰ হওঁ। খাদৈচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। সাধাৰণতে মই শিল্প সাধনা কৰি ভাল পাওঁ যদিও আজৰি পৰত দুই এখন কিতাপ পঢ়োঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি আগ্ৰহৰ বীজ এটা মোৰ দেউতায়েই মোৰ মনত ৰোপণ কৰি দিছিল।
 
<big>পৰিয়াল</big>
 
<big>পৰিয়াল</big>
আমাৰ পৰিয়ালত মা, দেউতা মই আৰু মোৰ এজন দাদা আছে। মোৰ দেউতা নগেন নাথ এজন সহজ-সৰল ৰসিক ব্যক্তি আৰু মা ৰঞ্জু দেৱী এগৰাকী গৃহিণী। মোৰ দাদা পবিত্ৰ নাথ এজন ব্যৱসায়ি।