No edit summary
No edit summary
12 নং শাৰী:
<big>শিক্ষা</big>
 
মই জামুগুৰি হাটৰ খাদৈচুক প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা আৰু [[অ'ৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ|অ'ৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠজুনিয়ৰ মহাবিদ্যালয়কলেজ]] ত বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰোঁ। তাৰপিছত মই [[তেজপুৰ মহাবিদ্যালয়]]ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰোঁ। ইয়াৰ পিছত মই [[দৰং মহাবিদ্যালয়]]ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নাম ভৰ্ত্তি কৰোঁ। [[কলিয়াবৰ শিক্ষণ-প্ৰশিক্ষণ মহাবিদ্যালয়]]ৰ পৰা বৰ্তমান শিক্ষণ বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়নৰত।{{User Wikipedian For|year=2015|month=11|day=07}}{{Template:User Assam}}{{Template:User Proud Assamese}}{{Babel|as|en-3|hi-4|bn-2}}{{userpage}}{{userpage}}