টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
13 নং শাৰী:
|national_anthem = <br />{{lang|zh-hant|《中華民國國歌》}}<br />{{small|''চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় সংগীত ''}} [[File:National anthem of the Republic of China (Taiwan) 中華民國國歌(演奏版).ogg|center]]
<div style="padding-top:0.5em;">{{lang|zh-hant|《中華民國國旗歌》}}<br />{{small|''ৰাষ্ট্ৰীয় পতাকা সংগীত''}}</div> [[File:中華民國國旗歌 (演奏版).ogg|center]]
|capital = [[তাইপেইটাইপেই]]<ref name="capital">{{cite web |title=Yearbook 2004 |publisher=Government Information Office of the Republic of China |series=Yearbook |year=2004 |quote=Taipei is the capital of the ROC |url=http://www.gio.gov.tw/taiwan-website/5-gp/yearbook/2004/P045.htm}}</ref>
|latd=25 |latm=02 |lats=00 |latNS=N |longd=121 |longm=38 |longs=00 |longEW=E
|largest_city = [[নিউ তাইপেইটাইপেই চিটি]]
|official_languages = <!---Per http://www.gio.gov.tw/ct.asp?xItem=35570&ctNode=4101, Mandarin is the only official language; other languages are regional:--->মেণ্ডেৰীন বা চীনা<ref>{{cite web |url=http://www.britannica.com/EBchecked/topic/580902/Taiwan |title=Taiwan (self-governing island, Asia) |publisher=Britannica Online Encyclopedia |date=5 April 1975 |accessdate=2009-05-07}}</ref>
|regional_languages = {{unbulleted list |হক্কেইন |হাক্কা|ফৰমছান ভাষা |ফুজহৌ উপভাষা }}
94 নং শাৰী:
|calling_code =৮৮৬
}}
<!-- {{Chinese |collapse=no
|t=[[wikt:臺灣|臺灣]] or [[wikt:台灣|台灣]] |s=[[wikt:台湾|台湾]]
|bpmf=ㄊㄞˊ ㄨㄢ |w=T'ai²-wan¹ |p=Táiwān |tp=Táiwan |mps=Táiwān |gr=Tair'uan |psp=Taiwan
103 নং শাৰী:
|j2=zung<sup>1</sup> waa<sup>4</sup> man<sup>4</sup> gwok<sup>3</sup> |gan2=tung<sup>1</sup> fa<sup>4</sup> min<sup>4</sup> koet<sup>7</sup> |wuu2=tson<sup>平</sup> gho<sup>平</sup> min<sup>平</sup> koh<sup>入</sup>
}}
{{contains Chinese text}} -->
'''টাইৱান''' ({{lang-en|Taiwan}}; {{IPAc-en|audio=En-us-Taiwan.ogg|ˈ|t|aɪ|ˈ|w|ɑː|n}} {{respell|TY-WAHN|'}} {{zh|t={{linktext|臺|灣| বা |台|灣}}|p=Táiwān}}), চৰকাৰীভাবে '''চীন প্ৰজাতন্ত্ৰ''' ('''ROC'''; {{zhlang-en|t={{linktext|中|華|民|國}}|p=ZhōnghuáRepublic of MínguóChina (ROC)}}), পূব এছিয়াৰ এটি [[দ্বীপ]]ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু [[ফিলিপাইন]]ৰ দক্ষিণত অৱস্থিত ।অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ [[প্ৰশান্ত মহাসাগৰ|প্ৰশান্ত মহাসাগৰৰ]] টাইৱান দ্বীপ, অৰ্কিড আইলেণ্ড, গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাৰ্ডছ ([[পৰ্তুগীজ ভাষা]]: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (তাইপেইটাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।
 
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা ([[পৰ্তুগীজ ভাষা]]: Ilha Formosa]] অৰ্থাৎ''সুন্দৰী দ্বীপ'') নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু [[জাপান|জাপানৰ]] মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত [[প্ৰশান্ত মহাসাগৰ]], দক্ষিণে [[দক্ষিণ চীন সাগৰ]] আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে [[পূব চীন সাগৰ]] অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
111 নং শাৰী:
 
== ইতিহাস ==
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত [[চীন]] দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয় ।হয়। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয় ।হয়। ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।
 
==টোকা==
<references group="lower-alpha"/>
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে