ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2401:4900:3150:69FC:6AC0:194D:D507:51D0 (আলোচনা)-ই কৰা 193208 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
1 নং শাৰী:
[[File:Quake epicenters 1963-98.png|thumb|300px|বিশ্বৰ ভূমিকম্পৰ উপকেন্দ্ৰ (epicenter) সমূহ,১৯৬৩-১৯৯৮]]
[[File:Global plate motion 2008-04-17.jpg|thumb|300px|বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন]]
'''ভূমিকম্প''' বা '''ভূঁইকঁপ''' ({{lang-[[:en:Earthquake|Earthquake}}]]) হৈছে [[পৃথিৱী]]ৰ ভূগৰ্ভতভূগৰ্ভৰ কেতিয়াবাঅশ্মমণ্ডলত হঠাতে কোনোশক্তি অদৃশ্যমুক্ত কাৰণতহোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি৷ ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয় ([[:en:Gravitional|Gravitional]]) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷ ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷ কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷ ভূমিকম্পৰ উৎস হৈছে [[পৃথিৱী]]ৰ অভ্যন্তৰত৷ [[পৃথিৱী]]ৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ কেন্দ্ৰঅভিকেন্দ্ৰ (Focus) বোলা হয়৷ কেন্দ্ৰটোঅভিকেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ ঠাইখনকবিন্দুটোক উপকেন্দ্ৰ ([[:en:Epicentre|Epicentre]]) বোলে৷ ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ ([[:en:Seismograph|Seismograph]]) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷</ref>
 
==তিনিভূমিকম্পৰ প্ৰকাৰৰফলত সৃষ্টি হোৱা তৰংগ==
 
[[File:Fault types.png|thumb|Fault types]]
 
ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি<ref name="গ্ৰন্থ ২">Kramer, Steven L. 1996. Geotechnical Earthquake. Engineering. Prentice Hall,</ref>
ভূমিকম্পৰ পৰা তিনিবিধ ঢৌৰ সৃষ্টি হয়৷
===শৰীৰ তৰংগ ([[:en:Body wave|Body wave]])===
এই বিধ তৰংগ ভূ-পৃষ্ঠৰ মাজেৰে গতি কৰে। ই দুই প্ৰকাৰৰ
#প্ৰথমবিধ হ'ল প্ৰাথমিক তৰংগ বা 'P' তৰংগ৷ এই তৰংগ কেন্দ্ৰৰ পৰা চাৰিওফালে বিস্তৃত হৈ যায়৷ এই কম্পন ওপৰ তল বা উলম্বভাৱে হয়৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷
 
#ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত [[শিল]]ৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷
====প্ৰাথমিক তৰংগ ([[:en:P-wave|P-wave]])====
#তৃতীয় বিধৰ নাম 'L' তৰংগ৷ এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ এইবিধ তৰংগক পৃষ্ঠ তৰংগ (Surface wave) বোলে৷<ref name="গ্ৰন্থ ১" />
এই তৰংগৰ গতিবেগ বাকীবোৰ তৰংগতকৈ অধিক। এই তৰংগই যিটো মাধ্যমেৰে যায় তাত ইয়াৰ গতিৰ দিশত কম্পনৰ সৃষ্টি কৰে <ref name="গ্ৰন্থ ২" />৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷
 
====গৌণ তৰংগ ([[:en:S-wave|S-wave]])====
#ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত [[শিল]]ৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷
 
===পৃষ্ঠ তৰংগ ([[:en:Surface wave|Surface wave]])===
#তৃতীয় বিধৰ নাম 'L' তৰংগ৷ এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ এইবিধ<ref তৰংগকname="গ্ৰন্থ পৃষ্ঠ১" তৰংগ (Surface wave) বোলে৷/><ref name="গ্ৰন্থ " />
 
 
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে