জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা জৱাহৰলাল নেহৰুৰ পৰা জৱাহৰলাল নেহেৰুলৈ Msasagয়ে স্থানান্তৰ কৰিলে: আচল অসমীয়া বানানটিলৈ সলোৱা হ’ল।
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{ref improve}}
{{Infobox officeholder
|name = জৱাহৰলাল নেহৰুনেহেৰু
|image = Bundesarchiv Bild 183-61849-0001, Indien, Otto Grotewohl bei Ministerpräsident Nehru cropped.jpg
|caption = ১৯৫১ চনত জৱাহৰলাল নেহৰুনেহেৰু
|office = [[ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা|প্ৰথম]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]
|monarch = [[George VI of the United Kingdom|George VI]] (২৬ জানুৱাৰী ১৯৫০ লৈ)
52 নং শাৰী:
| religion = হিন্দু
}}
'''জৱাহৰলাল নেহৰুনেহেৰু''' (''{{lang-en|Jawaharlal Nehru}}'') (১৮৮৯-১৯৬৪)স্বাধীন ভাৰতৰ '''প্ৰথম প্ৰধানমন্ত্ৰী''' আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী প্ৰখ্যাত লেখক, ৰাজনীতিবিদ আছিল তেওঁ। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান [[ভাৰত-ৰত্ন]] বঁটাৰে সন্মানিত কৰে। তেওঁৰ জন্মৰ দিনটো [[শিশুদিৱস]] হিচাপে পাল কৰি আহিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তাৰোপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলঙ্কিত কৰিছিল। এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল।<ref name="জৱাহৰলাল নেহৰুনেহেৰু">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=২৫,২৬,২৭,২৮,২৯}}</ref>
 
==জন্ম আৰু পৰিয়াল==