চাওফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''চাওফা''' (আহোম ভাষা: অৰ্থ স্ৱৰ্গদেউ, স্ৱৰ্গৰ ৰজা<ref name="HD">{{Cite book |author...
 
থাই ভাষা,শান ভাষা,তাঈ ভাষা
1 নং শাৰী:
 
'''চাওফা''' ([[আহোম ভাষা]],থাই ভাষা,শান ভাষা,তাঈ ভাষা: অৰ্থ স্ৱৰ্গদেউ, স্ৱৰ্গৰ ৰজা<ref name="HD">{{Cite book |author=Donald M. Seekins |title=Historical Dictionary of Burma (Myanmar) |publisher=Scarecrow Press |year=2006 |at=entry ''Sawbwa'', p. 391}}</ref> ) হল [[আহোম ৰাজ্য|আহোম ৰাজ্য়]] , শান ৰাজ্য় ,দাঈ ৰাজ্য় ,[[থাইলেণ্ড|থাই ৰাজ্য়]] আৰু খামতী সকলৰ তাঈবংশাণুক্ৰমিক তাঈশাসকসকলক সূচাই ব্য়বহাৰ কৰা ৰাজকীয় উপাধি। কেৱল তাঈ বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্ৱৰ্গদেউ বুলিও কোৱা হয়। চীনৰ দাঈ আৰু শান সকলে (যাৰ কিছু অংশ বাৰ্মাত পৰে ) এই উপাধি ব্য়বহাৰ কৰে<ref name="HD"/>। অসমৰ [[আহোম ৰাজবংশ|আহোম সাম্ৰাজ্য়]]ৰ সকলো শাসকক চাও-ফা ; স্ৱৰ্গদেউ বুলি কোৱা হয়। থাই ভাষাটো চাওফা ( เจ้าฟ้า ) শব্দৰ প্ৰয়োগ হয় যি থাই শাসক সূচায়। কিছু তাঈ বুৰন্জীৰ মতে ২য় শতিকা খ্ৰীঃপূৰ্বৰ আগৰ পৰাই তাঈ শাসক সকলে এই শব্দটো ব্য়ৱহাৰ কৰি আহিছে.<ref>
{{cite web
|url=https://muse.jhu.edu/demo/sojourn_journal_of_social_issues_in_southeast_asia/v021/21.1laungaramsri.html
"https://as.wikipedia.org/wiki/চাওফা"ৰ পৰা অনা হৈছে