|
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
==হত্যা==
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চমে' তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী [[:en:Liberation Tigers of Tamil Eelam|এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।
==তথ্য সংগ্ৰহ==
|