২২ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{আজিৰ দিনটো|22|5|142}}
== উল্লেখযোগ্য ঘটনাৱলী ==
#* ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
#* ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
#* ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
#* ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিস্থা কৰে।
#* ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
 
== জন্ম ==
"https://as.wikipedia.org/wiki/২২_মে%27"ৰ পৰা অনা হৈছে