২৩ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
# ১৯৯৬ চনত আজিৰ দিনটোত পি. এ. চাংমা ([[পূৰ্ণ অঘোটোক চাংমা]]) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।
# ভাৰতীয় পৰ্বতাৰোহী [[বাচেন্দ্ৰীপালবাচেন্দ্ৰী পাল]]ৰ [[এভাৰেষ্ট]]ত আৰোহণ ১৯৮৪ চনৰ আজিৰ দিনটোত। উল্লেখ্য যে তেওঁ বিশ্বৰ প্ৰথম মহিলা এভাৰেষ্ট আৰোহণকাৰী।
# ১৭০৩ চনৰ আজিৰ দিনটোত ছুইডিছ উদ্ভিদ বিজ্ঞানী [[কেৰোৰাছ লিনিয়াছ]]ৰ জন্ম হয়। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
# মাৰ্কিন ৰাজনীতিনীতিজ্ঞ আৰু বিজ্ঞানী [[বেঞ্জামিন ফ্ৰেংকলিনে]] চছমা আৱিষ্কাৰ কৰে ১৭৮৫ চনৰ আজিৰ দিনটোতে।
"https://as.wikipedia.org/wiki/২৩_মে%27"ৰ পৰা অনা হৈছে