উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা উৎপাদকৰ পৰা উৎপাদক (গণিত)লৈ দিব্য দত্তয়ে স্থানান্তৰ কৰিলে
14 নং শাৰী:
 
১(এক), প্ৰতিটো সংখ্যাৰে সাধাৰণ উৎপাদক। ইয়াৰোপৰি প্ৰতিটো সংখ্যা, নিজেই নিজৰ এটা উৎপাদক। এই উৎপাদকটো আন সকলোবোৰ উৎপাদকতকৈ ডাঙৰ। আন সকলোবোৰ সৰু উৎপাদকক বিশেষ সংখ্যাটোৰ প্ৰকৃত উৎপাদক বুলি কোৱা হয়। যেনেঃ ৬-ৰ প্ৰকৃত উৎপাদক সমূহ হ'ল- ১, ২, ৩, -১, -২, -৩, -৬।
 
[[শ্ৰেণী:গণিত]]