বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
→‎কৰ্মজীৱন: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
31 নং শাৰী:
বিক্ৰম সাৰাভাইক ভাৰতৰ মহাকাশ বিজ্ঞানৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰচেষ্টাতে ১৯৪৭ চনত ভৌতিক গৱেষণাগাৰ(PRL) স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। প্ৰথমে তেওঁৰ ঘৰৰ পৰা আৰম্ভ হোৱা ভৌতিক গৱেষণাগাৰ(PRL) পিছলৈ ১৯৪৭ চনৰ ১১ নৱেম্বৰ তাৰিখে এম.জি. বিজ্ঞান প্ৰতিষ্ঠান হিচাপে আহমেদাবাদত প্ৰতিষ্ঠান কৰা হয়।<ref>{{cite web | url=https://www.prl.res.in/website_english15/about/hist.php | title=BRIEF HISTORY | accessdate=28 March 2016}}</ref> এই প্ৰতিষ্ঠানত প্ৰথমতে মহাজাগতিক ৰশ্মি আৰু উচ্চ বায়ুমণ্ডলৰ ওপৰত গৱেষণা কৰা হৈছিল। পিছত সংজ্ঞাবদ্ধ পদাৰ্থ বিজ্ঞান আৰু ৰেদিঅ' পদাৰ্থ বিজ্ঞানৰো গৱেষণা আৰম্ভ কৰা হয়।
 
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ মাজত বিজ্ঞান আৰু গণিত জনপ্ৰিয় কৰিবৰ বাবে সাৰাভাইয়ে ১৯৬০ৰ দশকত বিক্ৰম অম্বালাল সাৰাভাই কমিউনীতি বিয়ানবিজ্ঞান কেন্দ্ৰ(VASCSC) স্থাপন কৰে।<ref>{{cite web|title=Vikram A. Sarabhai Community Science Centre|url=http://www.vascsc.org/|publisher=VASCSC.org|accessdate=22 July 2015}}</ref>
 
[[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]] স্থাপন কৰা তেওঁৰ এক বিৰল কৃতিত্ব।