ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
 
== Train the trainers ==
{{center|<big>'''অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।'''</big>}}
 
<div style="background:#E3F9DF; padding:0 10px; border:1px solid #AAA;">
বন্ধুসকল, আপোনালোকে হয়তো জানে যে ভাৰতত ৱিকিমিডিয়াৰ কাম-কাজ পৰিচালনা কৰা CIS-A2K সংস্থাই প্ৰতি বছৰে ভাৰতীয় ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে Train the Trainer নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে। এই বছৰৰ Train the Trainer অনুষ্ঠানৰ স্থান বাছনিৰ বাবে তেওঁলোকে আবেদন আহ্বান কৰিছে। বয়সৰ ফালৰ পৰা অসমীয়া ৱিকিপিডিয়া পুৰণি হ'লেও আমি আজিলৈকে ৰাষ্ট্ৰীয় স্তৰৰ একো ৱিকি অনুষ্ঠানৰ আয়োজন কৰা নাই। এই বছৰ TTT আয়োজনৰ সুযোগ পালে ই হয়তো অসমীয়া ৱিকি প্ৰকল্পসমূহক অহা কেইবছৰৰ বাট দেখুওৱাত সহায় কৰিব আৰু আন ৰাজ্যৰ ৱিকিমিডিয়ানসকলৰ সৈতে মিলিত হৈ আমি অধিক কামৰ বাবে উৎসাহ লাভ কৰিম। তলৰ লিংকটোলৈ গৈ এই অনুষ্ঠানৰ সবিশেষ জানিব পাৰিব। সেই পৃষ্ঠাতে এই বছৰৰ TTT আয়োজনৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আবেদন কৰা হৈছে। আগভাগ ল'ব পৰা কেইগৰাকীমান সদস্য যথা সদস্য:অজয় দাস, সদস্য:Nayanjyoti sarma, সদস্য:Joli আৰু সদস্য:দিব্য দত্ত-ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্তব্যৰ তলত আপোনালোকৰ হয়ভৰ বা আন পৰামৰ্শ জনাবলৈ নাপাহৰিব।
 
Line 48 ⟶ 49:
* পূৰ্ণ সমৰ্থন থাকিল৷ যিমানখিনি পাৰো, সহায়-সহযোগ আগবঢ়াম৷ [[সদস্য:Babulbaishya|বাবুল বৈশ্য]] ([[সদস্য বাৰ্তা:Babulbaishya|talk]]) 03:37, 4 February 2019 (ইউ.টি.চি.)
* সমৰ্থন জনালোঁ | [[সদস্য:Bhaskarjyoti Bhuyan|Bhaskarjyoti Bhuyan]] ([[সদস্য বাৰ্তা:Bhaskarjyoti Bhuyan|talk]]) 00:26, 18 মে' 2019 (ইউ.টি.চি.)
</div>
 
== Interface adminship (February, 2019) ==