পিনক'ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
r2.5.2) (robot Modifying: ml:പിൻകോഡ്; cosmetic changes
1 নং শাৰী:
[[পিনক'ড|ডাক সূচকাংক]] বা [[পিনক'ড]] বা [[পিনক'ড|পিন নং]] ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৭টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা [[১৯৭২]] চনৰ [[১৫ আগষ্ট]]ত প্ৰৱৰ্ত্তন কৰা হৈছিল।
 
== গঠন ==
ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।[[Imageচিত্র:pincode.jpg|thumb|right|220px|পিনক'ডৰ গঠন]]
 
== প্ৰসংগ ==
==দ্ৰষ্টব্য==
== বাহিৰা প্ৰসংগ ==
 
[[en:Postal Index Number]]
[[fr:Index postal]]
[[hi:डाक सूचक संख्या]]
[[ml:പിൻ‌കോഡ്പിൻകോഡ്]]
[[ta:அஞ்சலக சுட்டு எண்]]
[[te:పిన్‌కోడు]]
"https://as.wikipedia.org/wiki/পিনক%27ড"ৰ পৰা অনা হৈছে