২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

২ (সংখ্যা)-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
Removed redirect to ২ (সংখ্যা)
টেগ্‌: Removed redirect
1 নং শাৰী:
{{Infobox number
#Redirect [[২ (সংখ্যা)]]
| number = 2
}}
[[শ্ৰেণী:সংখ্যা]][[File:Number 2 in Assamese language.png|thumb|২]]২ হ'ল [[১ (সংখ্যা)|১]]ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।<ref> http://xobdo.org/# search result</ref>
 
==গণিতত ২==
২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।<ref>https://primes.utm.edu/top20/page.php?id=2 2 is listed in Sophie Germain primes list</ref>, এটি ৰামানুজ যুগ্ম সংখ্যা<ref>http://planetmath.org/ramanujanprime 2 is shown to be a Ramanujan Prime</ref>
 
====২ৰ গুণনীয়ক====
২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২<ref>http://factorzone.tripod.com/1-50.ht ৰ মতে</ref> অৰ্থাৎ ২ এটি [[মৌলিক সংখ্যা]]। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু<ref>http://mathworld.wolfram.com/PrimeNumber.html states "....the smallest prime is therefore 2.</ref> একমাত্ৰ যুগ্ম মৌলিক সংখ্যা<ref>http://www.factmonster.com/math/numbers/prime.html ৰ মতে</ref>
 
====২ৰে বিভাজ্য সংখ্যা====
২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।<ref>search result of http://xobdo.org/#</ref> যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।<ref>http://www.factmonster.com/ipka/A0876700.html</ref>
 
==লগতে চাওক==
#Redirect{{পূৰ্ণ [[২ (সংখ্যা)]]}}
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/২"ৰ পৰা অনা হৈছে