২৪ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
# [[শিৱসাগৰ জিলা]]ত [[এনকেফেলাইটিছ ৰোগ]]ৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয় ২০১২ চনৰ আজিৰ দিনটোতে ।
# ২০১১ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায় ।
# প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতী’ৰ সম্পাদক [[কমলা লয়াকমলালয়া কাকতি]]ৰ মৃত্যু হয় ১৯৪৬ চনৰ আজিৰ দিনটোত।
# আজি [[কাৰ্বি স্বায়ত্ব পৰিষদ]]ৰ ৬২ তম্ প্ৰতিষ্ঠা দিৱস ।
# এনকেফেলাইটিছ ৰোগত অসমৰ লগতে [[বিহাৰ]] আৰু [[উত্তৰপ্ৰদেশ]]তো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয় ২০১২ চনৰ আজিৰ দিনটোতে ।
"https://as.wikipedia.org/wiki/২৪_জুন"ৰ পৰা অনা হৈছে