অপৰিমেয় সংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
2 নং শাৰী:
[[চিত্ৰ:Square_root_of_2_triangle.svg|right|thumb|240x240px|The number [[Square root of 2|{{radic|2}}]] is irrational.]]
'''অপৰিমেয় সংখ্যা''' (''Irrational Number''): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা '''p''' আৰু '''q'''-ৰ বাবেই '''p/q''' আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি। যেনেঃ '''√২, π''' ইত্যাদি। ইয়াত '''√২=১.৪১৪২১৩৫৬...''' আকৌ '''π=৩.১৪১৫৯২৬...'''
 
[[শ্ৰেণী:সংখ্যা]]