যখাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
No edit summary |
||
1 নং শাৰী:
'''যখাৰ''' পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট (KNO<sub>3</sub>)। ই পটাছিয়াম আয়ন K+ আৰু নাইট্ৰেট আয়ন NO3− ৰ আয়নিক লৱণ, আৰু সেইবাবে এটা ক্ষাৰকীয় ধাতু নাইট্ৰেট। প্ৰকৃতিত ইয়াক নাইটাৰ (niter) নামৰ এক খনিজ পদাৰ্থ হিচাপে পোৱা যায়। যখাৰ বুলিলে পটাছিয়াম নাইট্ৰেটৰ লগতে আন কিছুমান নাইট্ৰ'জেন যৌককো বুজায়।
|