দীপিকা বৰগোহাঁই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{BLP Sources}}
{{POV}}
{{ infobox writer
| name = দীপিকা বৰগোহাঁই
Line 36 ⟶ 38:
}}
 
''' দীপিকা বৰগোহাঁইবৰগােহাঁই''' (জন্ম:১৯৩২ - ) ({{lang-en| Dipika Borgohain}}) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক৷ তেওঁ [[দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়]]ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত [[নৰ্থ লখিমপুৰ মহাবিদ্যালয়]]ত দর্শন বিভাগৰ অধ্যাপক হিচাপে যােগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষতা অন্যতম বৈশিষ্ট্য {{Cn}}৷ 'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস' তেওঁৰ বহুল সমাদৃত গ্ৰন্থ৷গ্ৰন্থ{{Cn}}৷
''' দীপিকা বৰগােহাঁই''' (জন্ম:১৯৩২ - ) ({{lang-en| Dipika Borgohain}})
দীপিকা বৰগোহাঁই এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক৷ তেওঁ [[দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়]]ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত [[নৰ্থ লখিমপুৰ মহাবিদ্যালয়]]ত দর্শন বিভাগৰ অধ্যাপক হিচাপে যােগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষতা অন্যতম বৈশিষ্ট্য ৷ 'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস' তেওঁৰ বহুল সমাদৃত গ্ৰন্থ৷
 
==জন্ম আৰু বংশ পৰিচয়==
Line 43 ⟶ 44:
 
==শিক্ষা আৰু কৰ্মজীৱন==
[[যােৰহাট]]তেযােৰহাটতে শিক্ষা জীৱন আৰম্ভ কৰি ১৯৫১ চনত তেখেতে জেবি[[জে কলেজৰবি কলেজ]]ৰ পৰা স্নাতক ডিগ্রী আৰু ১৯৫৪ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।<ref name="গ্ৰন্থ সৌৰভ"/> দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি তেখেতে ১৯৬২ চনত [[নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়তমহাবিদ্যালয়]]ত দর্শন বিভাগৰ অধ্যাপক হিচাপে যােগদান কৰে। ৩০ বছৰ সুখ্যাতিৰে অধ্যাপনা কৰি অৱসৰ গ্রহণ কৰে ১৯৯২ চনত। বিবাহসূত্রে [[লখিমপুৰ]]ৰ বােৱাৰী,সুলেখিকা আৰু এগৰাকী যুক্তিবাদী নাৰীৰূপে দীপিকা বৰগােহাঁই সমাজত প্রসিদ্ধ আৰু সমাদৃত হৈ ৰৈছে।{{Cn}}। অসম বাণী, [[আমাৰ অসম]], [[প্রান্তিক]], [[সাতসৰী]] আদি কাকত-আলােচনীত তেখেতৰ মূল্যৱান প্রবন্ধ প্রকাশিত হৈছে। ১৯৬৬ চনত তেখেতৰ প্ৰথমখন গ্রন্থ ‘আজৰি পৰৰ সাধু (লয়ার্চ বুক ষ্টল) প্রকাশ পায়। একে বছৰতে নির্মলা বৰাৰ সৈতে যুতীয়াভাৱে সমাজ বিজ্ঞান’ (অসম বুক ডিপাে) প্রকাশ হয়।<ref name="গ্ৰন্থ সৌৰভ"/>
 
==সাহিত্যকৰ্ম==
Line 55 ⟶ 56:
=== প্ৰকাশিত গ্ৰন্থকেইখনৰ চমু পৰিচয়===
===জীৱনৰ স্বৰূপ===
দীপিকা বৰগােহাঁইৰ চিন্তামূলক প্রবন্ধৰ প্ৰথমখন গ্রন্থ হল “জীৱনৰ স্বৰূপ। গ্ৰন্থখনক [[হােমেন বৰগােহাঞি]]য়ে অসমীয়া চিন্তামূলক সাহিত্যৰ এটা 'মূল্যৱান সম্পদ' বুলি উল্লেখ কৰি গৈছে। লগতে এইবুলিও উল্লেখ কৰিছে যে-“এটা বিশেষ উদ্দেশ্য চকুৰ আগত ৰাখি লেখিকাই এই
প্রবন্ধবােৰ লিখিছে। সেইটো হৈছে এই যে তেওঁ জীৱনটোক-মানৱিক সম্পর্ক আৰু সমস্যাক সূক্ষ্মভাৱে পৰীক্ষা কৰি চাব খুজিছে, আৰু সেই পৰীক্ষালব্ধ জ্ঞানৰ ভাগ তেওঁ আনকো দিব খুজিছে। অসমীয়া ভাষাত এনে চিন্তামূলক প্রবন্ধ লিখা লেখকৰ সংখ্যা অতি তাকৰ। তেনে লেখকৰ চুটি তালিকাখনত বিশেষভাৱে চিহ্নিত হােৱাৰ যােগ্য এগৰাকী লেখক হ’ল দীপিকা বৰগােহাঁই। তাৰ প্ৰমাণ এই গ্রন্থখন।”(মুখবন্ধ, জীৱনৰ স্বৰূপ) গ্রন্থখনত ২২ টা প্রবন্ধ সন্নিবিষ্ট কৰা হৈছে। আটাইবােৰ প্ৰবন্ধই অভিজ্ঞতাসম্বলিত। কাকতত প্রকাশিত প্রবন্ধই সময় বাগৰাৰ
উদ্দেশ্য চকুৰ আগত ৰাখি লেখিকাই এই
লগে লগে প্রাসংগিকতা হেৰুওৱা যি চৰিত্ৰ,সেয়া আলােচ্য গ্রন্থখনৰ লগত নাই। জীৱন বিষয়ক বিভিন্ন দিশ কিছুমানক প্রবন্ধবােৰৰ মাজেৰে বিশ্লেষণাত্মকভাৱে চোৱা হৈছে। ‘আধুনিক জীৱনধাৰা’, ‘জীৱনৰ স্বৰূপ’, ‘সক্রিয় পৰিয়াল’, ‘সামাজিক শৃংখলা আৰু পাৰিবাৰিক শান্তি’, ‘সৌজন্যবােধ শালিনতা আৰু অনুকম্পা’, ‘চাৰিত্রিক অখণ্ডতা ইনটিগ্রিটী অভ কেৰেটাৰ আদি বিশেষভাৱে উল্লেখযােগ্য প্রবন্ধ{{Cn}}।
প্রবন্ধবােৰ লিখিছে। সেইটো হৈছে এই যে
অর্থনৈতিক, পাৰিবাৰিক জীৱনকে ধৰি সামাজিক জীৱনক প্ৰভাৱিত কৰি ৰখা তিনিটা বিশেষ ধাৰণাৰ বিষয়ে আধুনিক জীৱনধাৰা’
তেওঁ জীৱনটোক-মানৱিক সম্পর্ক আৰু
প্রবন্ধত আলােচনা কৰা হৈছে। কল্যাণবাদৰ সলনি ভােগ আৰু প্ৰতিষ্ঠাৰ লালসাক প্রশ্রয়।দিয়াৰ মানসিকতা, বিলাসিতা আৰু পাৰিবাৰিক সম্পৰ্কত আহি পৰা অদ্ভুত নতুনত্বৰ প্রসংগ প্ৰবন্ধটোৰ আধাৰ বিষয়। এটা সমৃদ্ধ আৰু সুখী পৰিয়ালৰ ক্ষেত্ৰত ধৰণৰ কাৰবােৰ গুৰুত্বপূর্ণ, সেয়া সক্রিয় বয়াল’ প্রবন্ধ লিখা হৈছে। সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে লগে সংস্কাৰ আৰু পৰম্পৰাবােৰ সলনি হৈছে ঠিকেই। কিন্তু
সমস্যাক সূক্ষ্মভাৱে পৰীক্ষা কৰি চাব খুজিছে,
এইবােৰে আনি দিয়া কোনাে যুক্তিসংগত পৰিবৰ্তনকে সামাজিক শৃংখলা বজাই ৰখাত মানি লােৱা হােৱা নাই। সামাজিক শৃংখলা
আৰু সেই পৰীক্ষালব্ধ জ্ঞানৰ ভাগ তেওঁ
আৰু পাৰিবাৰিক শান্তি’ প্রবন্ধত এনে বিষয় সম্পৰ্কত আলােচনা কৰা হৈছে। নিজস্ব দৃষ্টিভঙ্গীৰে নাৰীৰ শালিনতা সম্পর্কে
আনকো দিব খুজিছে। অসমীয়া ভাষাত এনে
অভিজ্ঞতাৰ আধাৰাত ‘সৌজন্যবােধ, শালীনতা আৰু অনুকম্পা’ প্ৰবন্ধটো ৰচনা কৰা হৈছে। চাৰিত্র বিষয়ক প্রবন্ধটোত কোৱা।
চিন্তামূলক প্রবন্ধ লিখা লেখকৰ সংখ্যা অতি
হৈছে যে—চাৰিত্রিক অখণ্ডতাৰ প্রথম পাঠ আৰম্ভ হয় ঘৰখনত। বিশ্বাস বা প্রত্যয়, আনৰ গুণৰ স্বীকৃতি আৰু সততাই হৈছে চাৰিত্রিক
তাকৰ। তেনে লেখকৰ চুটি তালিকাখনত
অখণ্ডতাৰ মূল তিনিটা লক্ষণ। দীপিকা বৰগােহাই দর্শন বিষয়ৰ অধ্যাপক। সেয়ে অৱধাৰিতভাৱেই তেখেতৰ জীৱনৰ স্বৰূপ।
বিশেষভাৱে চিহ্নিত হােৱাৰ যােগ্য এগৰাকী
গ্রন্থখনৰ প্ৰবন্ধবােৰত দার্শিনিক দৃষ্টিভঙ্গীযুক্ত হৈ পৰিছে। ব্যক্তিগত পর্যবেক্ষণ আৰু অভিজ্ঞতাৰ আধাৰত সমসাময়িক অনেক প্রসংগ প্ৰবন্ধবােৰৰ মাজেৰে বিচাৰ কৰা হৈছে।
লেখক হ’ল দীপিকা বৰগােহাঁই। তাৰ প্ৰমাণ
এই গ্রন্থখন।”(মুখবন্ধ, জীৱনৰ স্বৰূপ)
গ্রন্থখনত ২২ টা প্রবন্ধ সন্নিবিষ্ট কৰা হৈছে।
আটাইবােৰ প্ৰবন্ধই অভিজ্ঞতাসম্বলিত।
কাকতত প্রকাশিত প্রবন্ধই সময় বাগৰাৰ
লগে লগে প্রাসংগিকতা হেৰুওৱা যি চৰিত্ৰ,
সেয়া আলােচ্য গ্রন্থখনৰ লগত নাই। জীৱন
বিষয়ক বিভিন্ন দিশ কিছুমানক প্রবন্ধবােৰৰ
মাজেৰে বিশ্লেষণাত্মকভাৱে চোৱা হৈছে।
‘আধুনিক জীৱনধাৰা’, ‘জীৱনৰ স্বৰূপ’,
‘সক্রিয় পৰিয়াল’, ‘সামাজিক শৃংখলা আৰু।
পাৰিবাৰিক শান্তি’, ‘সৌজন্যবােধ শালিনতা
আৰু অনুকম্পা’, ‘চাৰিত্রিক অখণ্ডতা
ইনটিগ্রিটী অভ কেৰেটাৰ আদি
বিশেষভাৱে উল্লেখযােগ্য প্রবন্ধ।
অর্থনৈতিক, পাৰিবাৰিক জীৱনকে ধৰি
সামাজিক জীৱনক প্ৰভাৱিত কৰি ৰখা তিনিটা
বিশেষ ধাৰণাৰ বিষয়ে আধুনিক জীৱনধাৰা’
প্রবন্ধত আলােচনা কৰা হৈছে। কল্যাণবাদৰ
সলনি ভােগ আৰু প্ৰতিষ্ঠাৰ লালসাক প্রশ্রয়।
দিয়াৰ মানসিকতা, বিলাসিতা আৰু
পাৰিবাৰিক সম্পৰ্কত আহি পৰা অদ্ভুত
নতুনত্বৰ প্রসংগ প্ৰবন্ধটোৰ আধাৰ বিষয়।
এটা সমৃদ্ধ আৰু সুখী পৰিয়ালৰ ক্ষেত্ৰত
ধৰণৰ কাৰবােৰ গুৰুত্বপূর্ণ, সেয়া সক্রিয়
বয়াল’ প্রবন্ধ লিখা হৈছে। সময় আৰু
সমাজৰ পৰিবৰ্তনৰ লগে লগে সংস্কাৰ আৰু
পৰম্পৰাবােৰ সলনি হৈছে ঠিকেই। কিন্তু
এইবােৰে আনি দিয়া কোনাে যুক্তিসংগত
পৰিবৰ্তনকে সামাজিক শৃংখলা বজাই ৰখাত
মানি লােৱা হােৱা নাই। সামাজিক শৃংখলা
আৰু পাৰিবাৰিক শান্তি’ প্রবন্ধত এনে বিষয়
সম্পৰ্কত আলােচনা কৰা হৈছে। নিজস্ব
দৃষ্টিভঙ্গীৰে নাৰীৰ শালিনতা সম্পর্কে
অভিজ্ঞতাৰ আধাৰাত ‘সৌজন্যবােধ,
শালীনতা আৰু অনুকম্পা’ প্ৰবন্ধটো ৰচনা
কৰা হৈছে। চাৰিত্র বিষয়ক প্রবন্ধটোত কোৱা।
হৈছে যে—চাৰিত্রিক অখণ্ডতাৰ প্রথম পাঠ
আৰম্ভ হয় ঘৰখনত। বিশ্বাস বা প্রত্যয়, আনৰ
গুণৰ স্বীকৃতি আৰু সততাই হৈছে চাৰিত্রিক
অখণ্ডতাৰ মূল তিনিটা লক্ষণ। দীপিকা
বৰগােহাই দর্শন বিষয়ৰ অধ্যাপক। সেয়ে
অৱধাৰিতভাৱেই তেখেতৰ জীৱনৰ স্বৰূপ।
গ্রন্থখনৰ প্ৰবন্ধবােৰত দার্শিনিক দৃষ্টিভঙ্গীযুক্ত
হৈ পৰিছে। ব্যক্তিগত পর্যবেক্ষণ আৰু
অভিজ্ঞতাৰ আধাৰত সমসাময়িক অনেক।
প্রসংগ প্ৰবন্ধবােৰৰ মাজেৰে বিচাৰ কৰা
হৈছে।
 
===বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস===