উইলিয়াম শ্বেইকছপীয়েৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা ৱিলিয়াম শ্বেক্সপিয়াৰৰ পৰা উইলিয়াম শ্বেইকছপীয়েৰ Bishnu Saikiaলৈ স্থানান্তৰ কৰা হ’ল: আলোচনা পৃষ্ঠা চাওক্
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{Infobox writer
| name = ৱিলিয়ামউইলিয়াম শ্বেক্সপিয়াৰ
| image = Shakespeare.jpg<!--Please see the talk page before making any changes to the portrait-->
| image_size = 250px
16 নং শাৰী:
| period = [[ইংৰাজী নৱজাগৰণ]]
}}
'''ৱিলিয়ামউইলিয়াম শ্বেক্সপিয়াৰ''' ({{lang-en|William Shakespeare}}; (<!-- Please don't write that Shakespeare was born on 23 April; this is a tradition, not a fact (see the section on Shakespeare's life below) -->২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬)<ref name=dates group=nb/> আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক [[ইংৰাজী ভাষা]]ৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিছাপে আখ্যা দিয়া হয়।<ref>{{Harvnb|Greenblatt|2005|loc=11}}; {{Harvnb|Bevington|2002|loc=1–3}}; {{Harvnb|Wells|1997|loc=399}}.</ref> তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।<ref>{{Harvnb|Dobson|1992|loc=185–186}}</ref><ref name=national-cult group=nb/> তেওঁৰ সাহিত্য সম্ভাৰে ৩৮ খন নাটক,<ref name=exact-figures group=nb/> ১৫৪ টা চনেট, দুটা আখ্যানমূলক কবিতা,জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী(এপিটাফ)আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনুদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।<ref>{{Harvnb|Craig|2003|loc=3}}.</ref>
 
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত জন্ম লাভ কৰা শ্বেক্সপিয়াৰে ওঠৰ বছৰ বয়সত এন হাথাৱেক বিয়া কৰায় আৰু ছুজানা, হেমনেট আৰু জুদিথ নামৰ তিনিটি সন্তানৰ পিতৃ হয়। ১৫৮৫ৰ পৰা ১৫৯২ লৈ তেওঁ লণ্ডনত এগৰাকী অভিনেতা, লেখক হিচাপে বিখ্যাত হৈ পৰে আৰু পিচলৈ কিংছ মেন হিচাপে জনাজাত হোৱা লৰ্ড চেম্বাৰ্লেইনছ মেন নামৰ নাট্য প্ৰতিষ্ঠানটিৰ অংশীদাৰ হয়। খুব সম্ভৱ ৪৯ বছৰ বয়সত ১৬১৩ চনত তেওঁ অৱসৰ লৈ ষ্ট্ৰেটফ’ৰ্ডত থাকিবলৈ লয় আৰু তাতেই কিছু বছৰ পিছত মৃত্যুবৰণ কৰে। শ্বেক্সপীয়াৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি সীমিত তথ্য উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ শাৰীৰিক অবয়ৱ,যৌনত্ত্ব,ধৰ্মীয় বিশ্বাস আৰু তেওঁৰ নাম থকা ৰচনা সমূহ সঁচাকৈয়ে তেওঁ লিখা হয় নে নহয় তাক লৈ বিতৰ্কৰ অন্ত নাই।<ref>{{Harvnb|Shapiro|2005|loc=xvii–xviii}}; {{Harvnb|Schoenbaum|1991|loc=41, 66, 397–98, 402, 409}}; {{Harvnb|Taylor|1990|loc=145, 210–23, 261–5}}</ref>