ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 82 interwiki links, now provided by Wikidata on d:q37105 (translate me)
সংযোগ
4 নং শাৰী:
ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত [[ত্ৰিভূজ]], [[চতুৰ্ভূজ]], [[আয়তক্ষেত্ৰ]], [[ৰম্বাছ]], [[সামান্তৰিক]], [[পঞ্চভূজ]] ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত [[বৃত্ত]], [[উপবৃত্ত]], [[অধিবৃত্ত]] ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।
 
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণ কৰে।
 
[[File:FuncionLineal01.svg|290px|thumb|Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.]]
== ৰেখাখণ্ড ==
[[চিত্ৰ:Segment_definition.svg|right|thumb|250x250px|The geometric definition of a closed line segment: the [[Intersection (Euclidean geometry)|intersection]] of all points at or to the right of ''A'' with all points at or to the left of ''B'']]
[[চিত্ৰ:Fotothek_df_tg_0003359_Geometrie_^_Konstruktion_^_Strecke_^_Messinstrument.jpg|thumb|historical image – create a line segment (1699)]]
ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভূজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।[[File:FuncionLineal01.svg|290px|thumb|Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.]]
 
{{Geometry stub}}
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে