ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
 
== ৰশ্মি ==
ৰশ্মি হৈছে এডাল ৰেখাৰ এটা অংশ। ৰশ্মিৰ এটা প্ৰান্ত বিন্দু থাকে আৰু ইয়াৰ আনটো মূৰ অসীমলৈ বিস্তৃত। ৰেখাৰ দৰে ৰশ্মিৰ মান নিৰ্ণয় সম্ভৱ নহয়। এডাল ৰেখাৰ যিকোনো এটা বিন্দুৰ পৰা আৰম্ভ হৈ দুয়ো মূৰে দুডাল বিপৰীতমুখী ৰশ্মিয়ে গতি কৰে।
[[চিত্ৰ:Ray_(A,_B,_C).svg|center|500x500px|ৰশ্মি]]
[[File:FuncionLineal01.svg|290px|thumb|তিনিডাল ৰেখা — ৰঙা আৰু নীলা ৰেখাকেইডালৰ ঢাল একে, আনহাতে ৰঙা আৰু সেউজীয়া দুডালে y−অক্ষক একে বিন্দুত কটাকটি কৰিছে।]]
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে