ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
 
== ৰেখাখণ্ড ==
[[চিত্ৰ:Segment_definition.svg|right|thumb|250x250px|এডাল বন্ধ ৰেখাখণ্ডৰ জ্যামিত্যিক সংজ্ঞা: ''A'' বা তাৰ সোঁফালৰ সকলো বিন্দুৰবিন্দুবোৰৰ সৈতে ''B'' বা তাৰ বাঁওফালৰ সকলো বিন্দুৰেবিন্দুবোৰেৰে গঠিত অংশ]]
[[চিত্ৰ:Fotothek_df_tg_0003359_Geometrie_^_Konstruktion_^_Strecke_^_Messinstrument.jpg|thumb|ঐতিহাসিক চিত্ৰ – এডাৰ ৰেখা খণ্ড আঁকা (১৬৯৯)]]
ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভূজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে