এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
31 নং শাৰী:
 
==জীৱন==
এৰিষ্ট'টল নামৰ অৰ্থ হ'ল "সৰ্বোত্তম উদ্দেশ্য"।<ref>{{cite web|last=Campbell|first=Michael|title=Behind the Name: Meaning, Origin and History of the Name Aristotle|url=http://www.behindthename.com/name/aristotle|work=Behind the Name: The Etymology and History of First NamesnazrulNames|publisher=www.behindthename.com|accessdate=6 April 2012}}</ref> ৩৮৪ খ্ৰীষ্টপূৰ্বত এতিয়াৰ গ্ৰীচৰ থেছাল'নিকি চহৰৰপৰা পূবে {{convert|55|km|0|abbr=on}} দূৰত্বত খল্কিডিকি উপদ্বীপৰ ষ্টেজাইৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।<ref>{{cite book | title = Aristotle: The Great Philosophers | author = McLeisch, Kenneth Cole| publisher = Routledge | year = 1999 | isbn = 0-415-92392-1 | page = 5}}</ref> তেওঁৰ পিতৃ নিক'মাকুছ আছিল মেচিডনৰ ৰজা আমিণ্টছৰ ব্যক্তিগত চিকিৎসক। এৰিষ্ট'টলৰ শৈশৱৰ বিষয়ে বেছি তথ্য পোৱা নাযায় যদিও সম্ভৱতঃ তেওঁ বেছিভাগ সময় মেচিডনৰ ৰাজপ্ৰাসাদত অতিবাহিত কৰিছিল আৰু এনেকৈয়ে তেওঁৰ মেচিডনৰ ৰাজবংশৰ লগত প্ৰথম সম্পৰ্ক স্থাপন হৈছিল।<ref>Anagnostopoulos, G., "Aristotle's Life", ''A Companion to Aristotle'' (Blackwell Publishing, 2009), p. 4.</ref>
 
প্ৰায় ১৮ বছৰ বয়সত প্লেট'জ একাডেমীত (Plato's Academy) শিক্ষাগ্ৰহণৰ বাবে তেওঁ [[এথেন্স]]লৈ যায়। প্ৰায় ২০ বছৰ সেই শিক্ষানুস্থানত থাকি তেওঁ ৩৪৮/৪৭ খ্ৰীষ্টপূৰ্বত এথেন্স ত্যাগ কৰে। প্ৰচলিত কাহিনীমতে [[প্লেট']]ৰ মৃত্যুৰ পাছত একাডেমীৰ নিয়ন্ত্ৰণ প্লেট'ৰ ভতিজাক স্পে'ছিপছৰ হাতলৈ যোৱাৰ পাছত একাডেমীৰ সিদ্ধান্তত অসন্তুষ্ট হৈ তেওঁ একাডেমী ত্যাগ কৰে। অৱশ্যে এইটোও সম্ভৱ যে মেচিডনবিৰোধী অনুভূতিলৈ ভয় কৰি প্লেট'ৰ মৃত্যুৰ আগেয়েই তেওঁ একাডেমী ত্যাগ কৰিছিল।<ref name="Lord Intro">Carnes Lord, Introduction to ''The Politics'', by Aristotle (Chicago: University of Chicago Press, 1984).</ref>
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে