ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
19 নং শাৰী:
#
# '''ৱিকিপদক''': এইটো ইতিমধ্যে কৰি অহা হৈছে৷ উল্লেখ কৰিলোঁ এইকাৰণেই যে অসমীয়া ৱিকিমিডিয়াৰ সকলো সক্ৰিয় সদস্যই একো একোজন প্ৰকৃত অসমীয়া- যি নিজৰ জাতিৰ বাবে, ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সাৰ্মথ্য অনুসৰি নিৰলস অৱদান আগবঢ়াই আহিছে৷ গতিকে মোৰ বোধেৰে আমি সকলোৱে ইজনে সিজনক উৎসাহ যোগাবলৈ, দুই-এটা পদক আগবঢ়াবলৈ/গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে :)
 
ওপৰৰ কোনো বিশেষ প্ৰস্তাৱৰ লগত একমত আৰু ইয়াৰ কাৰ্য্যকৰীকৰণত আগ্ৰহী হ’লে প্ৰস্তাৱৰ তলত মন্তব্য দি আগ্ৰহ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
 
-[[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 13:33, 15 June 2019 (ইউ.টি.চি.)
"ৰাইজৰ চ'ৰা" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।